Assam শিক্ষকৰ পাৰস্পৰিক বদলি প্ৰক্ৰিয়াত বৃহৎ সংশোধন; দুবছৰীয়া বাধ্যবাধকতা প্ৰত্যাহাৰ চৰকাৰৰ March 10, 2026 Paromita ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এক সকাহৰ খবৰ কঢ়িয়াই আনিছে শিক্ষা বিভাগে। নতুনকৈ নিযুক্ত হোৱা শিক্ষকসকলক পাৰস্পৰিক বদলিৰ আবেদন জনোৱাৰ অনুমতি দিয়াৰ লগতে পূৰ্বৰ দুবছৰীয়া সময়সীমাৰ বাধ্যবাধকতাও এতিয়াৰ পৰা প্ৰত্যাহাৰ…
Assam প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংতিৰ দেহাৱসান March 10, 2026 Paromita ৰাজ্যৰ জনজাতীয় সমাজৰ স্বাৰ্থত দশকজুৰি কাম কৰি অহা এজন নিষ্ঠাবান ৰাজনীতিকক হেৰুৱালে ৰাজ্যৰ ৰাজনৈতিক মহলে। মঙলবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী…
Assam অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান জয়ন্ত খাউণ্ডৰ; নতুন দিল্লীত সদস্যপদ গ্ৰহণ March 9, 2026 Paromita অসম গণ পৰিষদ ত্যাগ কৰি সোমবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে জয়ন্ত খাউণ্ডে। নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু দলৰ জ্যেষ্ঠ পৰ্যবেক্ষক ডি কে শিৱকুমাৰৰ উপস্থিতিত…
Assam ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত এন ডি এৰ তিনি প্ৰাৰ্থী; যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োক বিজয়ী ঘোষণা March 9, 2026 Paromita অসমৰ পৰা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে বিজেপি আৰু ইউ পি পি এলৰ তিনিওগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই…
Assam পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ সংসদত আলোচনাৰ দাবী ৰাহুল গান্ধীৰ; মোদী চৰকাৰক তীব্ৰ আক্ৰমণ বিৰোধী দলপতিৰ March 9, 2026 Paromita পশ্চিম এছিয়াৰ বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ সংসদত আলোচনা কৰিবলৈ চৰকাৰে সন্মতি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সোমবাৰে সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গান্ধীয়ে…
Assam গুৱাহাটীবাসীৰ বাবে সুখবৰ; মঙলবাৰে মুকলি হ’ব অসমৰ দীৰ্ঘতম উৰণীয়া সেতু মহাৰাজ পৃথু ফ্লাইঅ’ভাৰ March 9, 2026 Paromita গুৱাহাটী মহানগৰীৰ যান-জঁট সমস্যাৰ পৰা সকাহ দিবলৈ সাজু হৈ উঠিছে অসমৰ দীৰ্ঘতম উৰণীয়া সেতু। নুনমাটিৰ পৰা দীঘলীপুখুৰী সংযোগী প্ৰায় ৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘মহাৰাজ পৃথু উৰণীয়া সেতু’ কাইলৈ অৰ্থাৎ ১০ মাৰ্চ,…
Assam পশ্চিম এছিয়াৰ উত্তেজনাৰ প্ৰভাৱ; ৭ ঘণ্টা উৰাৰ পাছত দিল্লীলৈ উভতিল মানচেষ্টাৰগামী ইণ্ডিগোৰ বিমান March 9, 2026 Paromita পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ বাবে সোমবাৰে মাজ আকাশৰ পৰাই দিল্লীলৈ উভতিবলৈ বাধ্য হ’ল ইণ্ডিগোৰ এখন আন্তঃৰাষ্ট্ৰীয় বিমান। নতুন দিল্লীৰ পৰা ব্ৰিটেইনৰ মানচেষ্টাৰ অভিমুখী বিমানখনে আকাশত প্ৰায় ৭ ঘণ্টা উৰাৰ পাছত…
Assam ভাতৃৰ বিবাহত অংশ ল’বলৈ শ্বাৰ্জিল ইমামক ১০ দিনৰ অন্তৱৰ্তীকালীন জামিন আদালতৰ March 9, 2026 Paromita ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা সক্ৰিয় কৰ্মী শ্বাৰ্জিল ইমামক সোমবাৰে ১০ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে দিল্লীৰ এখন আদালতে। ভাতৃৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ…
Assam বিশ্বনাথত চৰকাৰী ভূমিত উচ্ছেদ অভিযান; চতিয়াত ৭৫ বিঘা ভূমি বেদখলমুক্ত প্ৰশাসনৰ March 9, 2026 Paromita বিশ্বনাথৰ চতিয়াত সোমবাৰে পুৱাই চলিল জিলা প্ৰশাসনৰ উচ্ছেদৰ বুলডজাৰ। গাঁও চৰণীয়া পথাৰৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত প্ৰায় ৬৫ টা পৰিয়ালৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হয়। চৰকাৰী ভূমিৰ…
Assam বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত উপস্থিত থকাৰ নিৰ্দেশ শিক্ষাৰ্থীক; তীব্ৰ প্ৰতিক্ৰিয়া আছুৰ March 9, 2026 Paromita বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ ল’বলৈ শিক্ষাৰ্থীক হেঁচা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগক লৈ এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। দলীয় কাৰ্যসূচীত শিক্ষাৰ্থীৰ অংশগ্ৰহণ বাধ্যতামূলক কৰাক লৈ আছুৱে তীব্ৰ…