Author: editor

ৰেমাল’ৰ তাণ্ডৱত বিধ্বস্ত নগৰবেৰা

গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলাত বিচ্ছিন্ন কৰিছে যাতায়াত ব্যৱস্থা৷ জলজলী নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাত কামৰূপ জিলাৰ নগৰবেৰা আৰু বৰপেটা জিলাৰ আলোপতি মাজৰচৰ সংযোগী আৰু গোৱালপাৰাৰ জিলাৰ নবাগত শিমলীতোলা আৰু…

উত্তৰ প্ৰদেশত প্ৰচণ্ড গৰমৰ ফলত ১৬২ জনৰ মৃত্যু

বৰ্তমান সময়ত দেশৰ অধিক সংখ্যক ৰাজ্য প্ৰচণ্ড গৰমৰ সৈতে তীব্ৰ হিটৱেভৰ সৈতে যুঁজি আছে। ইয়াৰ ফলত, বহুতো ৰাজ্যত বহু লোকৰ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এতিয়ালৈকে দেশৰ বিভিন্ন ৰাজ্যত হিটৱেভ…

গৰৈমাৰী ষ্টেডিয়ামত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী

অসম হকীৰ তত্ত্বাৱধানত চৰাইদেউ জিলাৰ মাহমৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ১৪ সংখ্যক ছিনিয়ৰ আন্তঃজিলা মহিলাৰ হকী চেম্পিয়নশ্বিপ । মঙলবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ।…

‘ৰূপালীম’ নাটৰ সফল মঞ্চায়ন

বিগত ২৩,২৪ তথা ২৫ মে’ত তিনিদিনীয়াকৈ সুন্দৰীদিয়া সত্ৰৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৱ উপলক্ষে শেষৰ দিনা নিশা মঞ্চস্থ কৰা হয় ‘ৰূপালীম’ নাট । নাট খনৰ…

৭০ বছৰীয়া বৃদ্ধই হেৰাই পোৱা টকাসহ বেগ মাতি নি দিলে ওভতাই

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী গাঁওৰ এগৰাকী ব্যক্তিৰ সততা আৰু মহানুভৱতাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটো | ফৰিজুল হক নামৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকীয়ে বাটত হেৰাই পোৱা…

কাঁনত প্ৰদৰ্শিত কুকি

ড° জুনমনি দেৱী খাউণ্ড (প্ৰযোজক), আৰু ঋতিশা খাউণ্ড (অভিনেত্ৰী) দৰ্শকৰ সতে মতবিনিময় কৰে। উল্লেখযোগ্য যে, ফ্ৰান্স, মৰক্কো আৰু আন কেইবাখনো দেশে নিজ নিজ ৰাষ্ট্ৰত “কুকি” মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ…

হেকৰা-দলাগাঁও-পদুপাৰা পথৰ শোচনীয় অৱস্থা

এখন কাঠৰ দলঙে উদঙাইছে চৰকাৰৰ উন্নয়ণৰ প্ৰকৃত স্বৰূপ। স্থানীয় লোকে ব্যক্ত কৰা মতে,বকো সমষ্টিৰ হেকৰাৰ পৰা দলগাঁও হৈ পূৰ্বৰ দুধনৈ সমষ্টিৰ পদুপাৰালৈ যোৱা একমাত্ৰ পথটোৰ অৱস্থা অতিকৈ বিধ্বস্ত। বাৰিষাৰ সময়ছোৱাত…

২৪ মে’ত ছবিগৃহলৈ ‘প্ৰতিশ্ৰুতি’

২৪ মে’ৰ পৰা ৰাজ্যৰ বিভিন্ন ছবি গৃহত একেলগে মুক্তি লাভ কৰিব ‘প্ৰতিশ্ৰুতি’। ছবিখনৰ মূল বিষয়বস্তু হৈছে ড্ৰাগছৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধি হিচাপে ভয়ংকৰভাৱে শিপাই যোৱা নিচাযুক্ত দ্ৰব্য সেৱনৰ অবৈধ সৰবৰাহ…

মণিপুৰৰ পৰা বাহিৰলৈ যোৱা অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ২৬ মে’ত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ (ইউপিএছচি) পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰাৰ বাবে হিংসাপীড়িত পাহাৰীয়া জিলাৰ অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ…

ইউএনএলএফ-পিৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট-পি (ইউএনএলএফ-পি)ৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীয়ে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁলোকৰ স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰৰে অসম ৰাইফলছ দলৰ সন্মুখত আত্মসমৰ্পণ কৰে। বিষয়াই এই কথা…