Author: editor

ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা : দীপক শৰ্মা

বেলোৰগুৰি ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী উখল-মাখল পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে । কালি পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ অন্তত ৮…

লেঃ জেনেৰেল (অৱসৰী) ৰাণাপ্রতাপ কলিতালৈ “মহাৰাজ পৃত্থু মহাপৰাক্ৰম বঁটা-২০২৪” ঘোষণা অসম জাতীয় মহাসভাৰ

শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰৰ পুণ্যভূমিত মণিকাঞ্চন বিশ্বায়ন জ্ঞানজ্যোতি গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ঐতিহ্যক্ষেত্ৰ উন্নয়ন মঞ্চ, বৰপেটা বৰধাম, অসম জাতীয় মহাসভা আৰু শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ সহযোগত…

প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা

ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন গঠনাৰ্থে এখন সভা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী জেহেৰুল ইছলামে পৌৰোহিত্য কৰা সভাত ক্ৰমে ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল…

বৰপেটা – অভয়াপুৰী বিকল্প ৰাজ্যিক ঘাই পথত তীব্ৰ খহনীয়া

বৰপেটাৰ পৰা জনিয়াৰ সমীপৱৰ্তী কৰাৰকুৰৰ বেঁকী নদীৰ দলংখনৰ পশ্চিম দিশে বিগত সময়ছোৱাত বেঁকী নদীয়ে ইউ টাৰ্ণ লৈ এনে দৰে পথটোত খহনীয়া হৈছে যে বাৰিষাৰ সময়ছোৱাত পুনৰ এই পথছোৱাত খহনীয়া চলিব…

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে টোল কৰ ৫ শতাংশলৈ বৃদ্ধি এনএইচএআইৰ

লোকসভা নিৰ্বাচনৰ ফলাফল কাইলৈ অৰ্থাৎ মঙলবাৰে ঘোষণা হ’ব। কিন্তু তাৰ পূৰ্বে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এনএইচএআই) ৰাইজক এক ডাঙৰ আঘাত দিছে। এনএইচএআইয়ে কয় যে চালকসকলে সকলো টোল প্লাজাত সোমবাৰৰ পৰা…

মানৱ-হাতী সংঘাত প্ৰভাৱিত গোৱালপাৰাৰ বেছৰক’ণা কোঁচপাৰাৰ গাঁওত উভতিছে শান্তি

বন্যহস্তীৰ উপদ্ৰৱৰ বাবে দীৰ্ঘদিন ধৰি তীব্ৰ মানসিক পীড়া আৰু অস্তিত্বৰ সংকটত জীয়াই থকিব লগা হোৱা গোৱালপাৰা জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত দুৰ্গম বেছৰক’ণা কোঁচপাৰাৰ গাঁওবাসীয়ে সম্প্ৰতি শান্তিৰে বাস কৰিব পাৰিছে। তেওঁলোকৰ…

দেশৰ ১৫০ টা মুখ্য জলাশয়ৰ জল স্তৰ ৭৭%লৈ হ্ৰাস

প্ৰচণ্ড হিটৱেভৰ মাজত দেশৰ ১৫০ টা মুখ্য জলাশয়ৰ জল স্তৰ হ্ৰাস হ’বলৈ ধৰিছে আৰু মুঠ সঞ্চয় ক্ষমতাৰ ২৩ শতাংশহে এতিয়া আছে। বৰ্তমানৰ পানীৰ স্তৰ যোৱা বছৰৰ একে সময়ৰ তুলনাত ৭৭%…

বিশ্ব ধপাত-বিৰোধী দিৱস

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অনুষ্ঠান বিষয়া তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সপ্তম হাজৰিকাৰ পৰিচালনাত বৰপেটা মহাবিদ্যালয়ত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসে কয় যে ধপাত…

টুপামাৰীত চকু পৰীক্ষা শিবিৰ

ছমৰীয়া সমিষ্টিৰ অন্তৰ্গত টুপামাৰীস্হ প্ৰয়াস শিশু পুথিভঁৰালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংস্হা আমাৰ প্ৰয়াস গোষ্ঠীৰ উদ্যোগত আৰু ই আৰ চি আই কেয়াৰৰ সহযোগত এদিনিয়াকৈ অনুষ্ঠিত হয় বিনামুলীয়া চকু পৰীক্ষা শিবিৰ |…

মজামিল হকক সম্বৰ্ধনা বিজেপিৰ বজালী জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদকৰ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ১৫ নং স্থানত উজলিল বৰপেটাৰ মাজদিয়া গৰেমাৰীৰ মজামিল হক। APSC ৰ Urban development technical officer পদত উজলি উঠে বৰপেটাৰ মাজদিয়াৰ মজামিল হক। গৰেমাৰী গাঁওৰ প্ৰথম গৰাকী…