Business অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক! July 26, 2024 Dipshikha অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক! মহিলাৰ পিছত পুৰুষ দল কোৱাৰ্টাৰ ফাইনেলত উদ্বোধনৰ পূৰ্বেই অলিম্পিকৰ আৰম্ভণি খুবেই সুন্দৰ ভাৰতৰ বাবে। প্ৰথমে আৰ্চাৰীত ভাৰতীয় মহিলা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।…
Business অসমৰ বাবে এক ঐতিহাসিক দিন July 26, 2024 Dipshikha অসমৰ বাবে এক ঐতিহাসিক দিন। চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি। আনুষ্ঠানিকভাৱে ইউনেস্ক’ই প্ৰদান কৰিলে এই স্বীকৃতি। ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। কাজিৰঙা,মানাহৰ পিছত চৰাইদেউ…
Business নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা July 24, 2024 Dipshikha নেপালৰ কাঠমাণ্ডুৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি। জীৱন্তে উদ্ধাৰ বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক। সংকটজনক অৱস্থাত উদ্ধাৰ মনীষ শ্বাকিয়াক। বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী। আটাইকেইগৰাকী যাত্ৰী আছিল সৌৰ্য এয়াৰলাইনছৰ কাৰিকৰী…
Business ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিচৰ July 24, 2024 Dipshikha ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। GMCHত JEত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু। ৬ গৰাকীৰ পৰা ১৩ গৰাকীলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা। ২২ৰ পৰা ৪৮ গৰাকীলৈ বৃদ্ধি GMCHত JEত…
Business কেৰালাত বৃদ্ধি নিপাহ ভাইৰাছৰ সংক্ৰমণ July 22, 2024 Dipshikha কেৰালাত বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ। দেওবাৰে কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় এটি ১৪বছৰীয়া কিশোৰ। ইয়াৰ পাছতেই আন এজন ৬০ বছৰীয়া ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত…
Business অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং July 22, 2024 Dipshikha অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং’। পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা। এইবাৰৰ পৰা অনুষ্ঠিত হ’ব কায়াক প্ৰতিযোগিতা। পুনৰ অনুষ্ঠিত হ’ব চাৰ্ফিং, স্কেটবৰ্ডিং, স্পোৰ্ট ক্লাইম্বিং আৰু 3×3 বাস্কেটবল প্ৰতিযোগিতা।…
Business কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন July 21, 2024 Dipshikha কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু… পুৱা কেদাৰনাথৰ গৌৰীকুণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। চিৰৱাছাৰ পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ…
Business যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন July 21, 2024 Dipshikha যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ। পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰদ্বয়। ইতিমধ্যে উদ্ধাৰ হৈছে শ্ববন কুমাৰ দাস নামৰ কিশোৰজনৰ…
Business এইবাৰ বন গাহৰিৰ আক্ৰমণ July 21, 2024 Dipshikha নগাঁৱৰ ধিঙত বাঘৰ আতংকৰ মাজতে এতিয়া বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক । নগাঁৱৰ ধিঙৰ বিৰিঙাবাৰীত পুৱা পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ কৰে আতাবুৰ ৰহমান নামৰ কৃষক জনক…
Business ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা July 20, 2024 Dipshikha ৰঙাপৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক।ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাৰে তীব্ৰ গতিত গৈ থকা…