Author: Dipshikha

ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলালে গুলী

বৰপেটা জিলাত এনকাউণ্টাৰ । ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলালে গুলী ।জানিব পৰা মতে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ফুটালে গুলী ।বৰপেটা আৰক্ষীয়ে উল্লেখ…

আজি লণ্ডনত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজি লণ্ডনত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে লণ্ডনলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী গৰাকী।লণ্ডনৰ সংগ্ৰহালয়ত থকা…

২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ। ফেচবুক লাইভযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

গুৰুজনাৰ অপূৰ্ব সৃষ্টি আপুৰুগীয়া বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শনিবাৰে লণ্ডন অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিলে খোদ মুখ্যমন্ত্রী…

শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নওগাম আৰক্ষী থানাত এক বিস্ফোৰণৰ ঘটনা

শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নওগাম আৰক্ষী থানাত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই ঘটনাত এতিয়ালৈকে কমেও ৯ জন লোক নিহত হোৱাৰ লগতে ২৯ জন লোক আহত হয়। ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী…

বলীউডৰ পৰা আহিছে সুখৰ খবৰ

বলীউডৰ পৰা আহিছে সুখৰ খবৰ। অভিনেতা ৰাজকুমাৰ ৰাৱে ঘৰলৈ আদৰণি জনাইছে এটি কন্যা সন্তানক। পত্নী পাত্ৰলেখাই জন্ম দিছে কন্যা সন্তান। অভিনেতাগৰাকীয়ে এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।অভিনেতাগৰাকীয়ে…

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনে সকলোকে আচৰিত কৰিছে

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনে সকলোকে আচৰিত কৰিছে। আলিগঞ্জত বিজেপিৰ মৈথিলী ঠাকুৰে বিনোদ মিশ্ৰক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।বিহাৰ বিধানসভা নিৰ্বাচনত ১১,৭৩০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। বিহাৰৰ আন…

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰফিকুল ইছলাম নামৰ যুৱকজনক। তেওঁ ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি আপলোড…

“ লাজ নালাগে নে আপোনালোকৰ , ঘৰত মা-দেউতা আছে, আপোনাৰ সন্তান আছে… লাজ নালাগে?

ধৰ্মেন্দ্ৰৰ মুম্বাইৰ ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ। বুধবাৰে পুৱা ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় বিশিষ্ট অভিনেতাজনক। কিন্তু ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ দেখি খঙত অগ্নিশৰ্মা হৈ উঠে পুত্ৰ ছানী দেউলে।…

নামঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্যৰ সা-সামগ্ৰী

নিশা হাজোৰ কৈৱৰ্তটোলাৰ শ্ৰীশ্ৰী দামোদৰ দেৱ নামঘৰত চোৰে চলালে লুটপাত। নামঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্যৰ সা-সামগ্ৰী।নামঘৰটোৰ প্ৰণামী বাকচৰ নগদ ধনো লুটি লৈ যায় চোৰে।ইতিমধ্যে ঘটনাস্থলীত…

পালেং শাকৰ উপকাৰিতা

এতিয়া শাকৰ বতৰ। এই সময়ছোৱাত সকলো বজাৰতে শাক একেবাৰে সহজলভ্য।শাক বহু পুষ্টি সমৃদ্ধ। সেউজীয়া শাক বুলিলে প্ৰথমে পালেং শাকৰ কথায়েই মনলৈ আহে। পালেং শাক হৈছে এক ছুপাৰফুড। পালেং শাকত ভিটামিন…