Author: Dipshikha

উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী বন্ধ

আফ্ৰিকান ছোৱাইন ফিভাৰ ফলত অসমত ব্যাপক হাৰত গাহৰিৰ মৃত্যু হৈছে। একে সময়তে সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হৈছে গাহৰি পালকসকল। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী…

পলকৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে

কণ্ঠশিল্পী পলক মুছহাল কেৱল কণ্ঠৰ বাবেই নহয়, সমাজসেৱাৰ বাবে পৰিচিত। ইন্দোৰত জন্মগ্ৰহণ কৰা আৰু সুৰীয়া কণ্ঠ আৰু সংগীতৰ বাবে বিখ্যাত পলক মুছহালে এতিয়া গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা…

বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

ৰাজ্য চৰকাৰে বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰি তোলাৰ লক্ষ্যৰে নতুন বিধেয়ক গৃহীত কৰিছে। অৰ্থাৎ এতিয়া ৰাজ্যত বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ। কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি এই…

দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে

দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনা শ্বাহিদক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে, তেওঁ জইছ-ই-মহম্মদৰ মহিলা শাখা জামাত-উল-মমিনাটৰ ভাৰতীয় কমাণ্ডাৰ আছিল।পাকিস্তানৰ…

সকলোতে সিঁচৰতি কেৱল মানৱ শৰীৰৰ অংগ

আজি সমগ্ৰ দেশত চাঞ্চল্যকৰ পৰিৱেশ। সোমবাৰে সন্ধিয়া ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনাই দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনাত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। আনহাতে প্ৰায় ২৮ লোক চিকিৎসাধীন…

আইচিচিয়ে ল’লে সিদ্ধান্ত

ছেমি ফাইনেলৰ বাবে ভাৰতৰ দুটা স্থানৰ বিপৰীতে শ্ৰীলংকাত এটা স্থান নিৰ্ধাৰণ কৰা হৈছে। লক্ষণীয়ভাৱে ছেমিৰ বাবে নিৰ্ধাৰিত স্থানৰ তালিকাত নাই মুম্বাই আৰু দিল্লী। ছেমিৰ বাবে এইদৰে তিনিটা স্থান নিৰ্ধাৰণৰ আঁৰতো…

এই জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবেও কিমান উপকাৰী?

অসমৰ ভোট জলকীয়াই নিজৰ সোৱাদৰ বাবে সমগ্ৰ বিশ্বতে বিশেষ স্থান লাভ কৰিছে, কিন্তু আপুনি জানেনে যে সোৱাদৰ লগতে এই জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবেও কিমান উপকাৰী-ভোট জলকীয়া স্বাস্থ্যৰ বাবে বহু উপকাৰী,…

বেলৰ পাতৰ উপকাৰিতা

আয়ুৰ্বেদত বেলপাতক ঔষধি গুণেৰে সমৃদ্ধ বুলি কোৱা হয়। কেৱল ধৰ্মীয়ভাৱে ভগৱান শিৱৰ ওচৰত অৰ্পণ কৰাই নহয়, ইয়াত থকা ঔষধি গুণ শৰীৰৰ বাবে অলৌকিক হিচাপে পৰিচিত। খালী পেটত বিশেষকৈ ৰাতিপুৱা বেলপাত…

নগাঁও জিলাৰ মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইটিৰ ঘটনা

নগাঁও জিলাৰ মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইটিৰ ঘটনা। সূত্ৰৰ খবৰ অনুসৰি, শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দম্পতীক ছুৰীৰে আক্ৰমণ কৰি লুটি নিয়ে ধন।জানিব পৰা মতে,নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ হৰেন্দ্ৰ নাথ…

নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱাইছে দুই সন্ত্ৰাসবাদীয়ে

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। সন্ত্ৰাসমুক্ত কৰি তোলাৰ লক্ষ্যৰে উপত্যকাটোত ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে নিৰাপত্তা বাহিনীয়ে। আজি পুনৰ নিৰাপত্তা বাহিনীয়ে উপত্যকাটোত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত এক বৃহৎ সাফল্য…