Business আজি বাথৌ পূজা January 27, 2026 Dipshikha আজি বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়। সাধাৰণতে বছৰত দুবাৰকৈ অনুষ্ঠিত হয় এই পূজা। বড়োসকলৰ অতি…
Business ইৰাণত মৃত্যুৰ সংখ্যা বৃদ্ধি January 27, 2026 Dipshikha ইৰাণে দেশজোৰা প্ৰতিবাদৰ বিৰুদ্ধে চলোৱা অভিযানত কমেও ৬,১২৬ জন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও আন বহুতৰে মৃত্যুৰ আশংকা কৰা হৈছে ৷ কিয়নো সংকটৰ প্ৰতি আমেৰিকাৰ যিকোনো সামৰিক সঁহাৰিৰ নেতৃত্ব দিবলৈ…
Business এক ফেৰী দুৰ্ঘটনা January 27, 2026 Dipshikha দক্ষিণ ফিলিপাইনছৰ উপকূলত সংঘটিত হয় এক ফেৰী দুৰ্ঘটনা। ৩৫০ জনতকৈ অধিক লোক কঢ়িয়াই অনা এখন ফেৰী ডুবি যোৱাৰ ফলত ১৮ জন লোকে মৃত্যুমুখত পৰিব লগা হয়। MV তৃষা কাৰষ্টিন-৩ নামৰ…
Business এগৰাকী যুৱতীৰ জয়গান দেশজুৰি January 27, 2026 Dipshikha গণৰাজ্য দিৱসত নাৰী শক্তিৰ জয়গান। কৰ্তব্য পথত প্ৰতিফলন ভাৰতীয় নাৰীৰ শক্তি আৰু সামৰ্থ্য। কৰ্তব্য পথত সোমবাৰে ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই। প্ৰথমবাৰলৈ চিআৰপিএফৰ পুৰুষ দলক পেৰেডত নেতৃত্ৱ দিলে মহিলা…
Business আমেৰিকাত ভয়ংকৰ দুৰ্যোগ January 26, 2026 Dipshikha তুষাৰপাত, পথৰ ওপৰত বৰফৰ ডাঠ তৰপ, শীতল বতাহৰ বাবে সমগ্ৰ আমেৰিকাত আতংক বিয়পি পৰিছে। ঠাণ্ডাৰ বাবে বাতিল কৰা হৈছে ১০ হাজাৰৰো অধিক বিমানৰ উৰণ। তদুপৰি বৰফৰ ধুমুহাই ১০ লাখ লোকক…
Business তাজমহলৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰাক লৈ বিতৰ্ক January 26, 2026 Dipshikha তাজমহলৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ লগতে সামূহিকভাৱে ৰাষ্ট্ৰগান পৰিৱেশন কৰা হয়। ইয়াৰ লগতে দিয়া হয় ভাৰত মাতাৰ শ্ল’গান। এই সমগ্ৰ কাৰ্যসূচীৰ এক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ…
Business অৰুণাচলত ভয়ংকৰ ঘটনা January 26, 2026 Dipshikha অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম ৰাংলম (Ranglom) ত নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহী সংগঠনৰ মাজত ভয়ানক সংঘৰ্ষ । বিদ্ৰোহী সংগঠন এন এছ চি এন-কে (ৱাই এ) আৰু আছাম ৰাইফলছৰ মাজত সংঘটিত…
Business ধঁপাত সেৱনকাৰীলৈ ডাঙৰ খবৰ January 26, 2026 Dipshikha গুটখা, খৈনী, বিড়ি, চিগাৰেট, পাণ মচলাকে ধৰি ধঁপাতজাতীয় সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। ওড়িশা চৰকাৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা,পাণ মছলা আৰু ধঁপাত তথা নিকোটিনযুক্ত সকলো ধৰণৰ খাদ্য…
Business পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ January 24, 2026 Dipshikha পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশত পুনৰ এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এখন বিবাহ অনুষ্ঠানৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে এজন আত্মঘাতী বোমাৰুৱে কৰা বিস্ফোৰণত ৫ জন লোক থিতাতে নিহত…
Business গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰস্তুতি দেশজুৰি January 24, 2026 Dipshikha এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব। ৰাইচিনা পাহাৰৰ পৰা আৰম্ভ হোৱা এই পেৰেড কৰ্তব্য পথেৰে লালকিল্লালৈ যাব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তিনিটা…