Business বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ April 28, 2024 Dipshikha বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ৷ ছত্তীশগড়ৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক৷ সম্প্ৰতি মুম্বাই আৰক্ষীৰ SITৰ জিম্মাত আছে অভিনেতাগৰাকী৷ বেটিং এপ কেলেংকাৰিৰে সাঙোৰ খাইছিল অভিনেতাগৰাকীৰ নাম।
Business হাইলাকান্দিৰ ভোটকেন্দ্ৰত অঘটন April 26, 2024 Dipshikha হাইলাকান্দিৰ ভোটকেন্দ্ৰত অঘটন ভোটকেন্দ্ৰৰ ভিতৰতে মৃত্যু প’লিং এজেণ্টৰ মৃত প’লিং এজেণ্টগৰাকী ফাৰুক আহমেদ মৃত ফাৰুক আহমেদ AIUDF ৰ প’লিং এজেণ্ট আছিল হাইলাকান্দিৰ গল্লাছেড়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত হৈছে এই ঘটনা কৰ্ম…
Business ব্যতিক্ৰম হৈছে কৰিমগঞ্জৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ April 26, 2024 Dipshikha প্ৰথমবাৰৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বাধিক ২৪ জন প্ৰাৰ্থীয়ে। এইবাৰ ব্যতিক্ৰম হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। কিয়নো কৰিমগঞ্জত দুটাকৈ EVMত হৈছে ভোটগ্ৰহণ। এটা EVMত আছে ১৫ গৰাকী প্ৰাৰ্থীৰ…
Business গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক April 24, 2024 Dipshikha গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক। কৃষ্ণাইৰ বামুণেপানীখোৱা গাঁৱৰ পৰা আটক মামু ৰাভাক। মামু ৰাভাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে হস্তনিৰ্মিত ৰাইফলটো।
Business সোণাপুৰৰ ডিগাৰুৰ ঘগুৱা গাঁৱত বিধ্বংধী অগ্নিকাণ্ড April 23, 2024 Dipshikha সোণাপুৰৰ ডিগাৰুৰ ঘগুৱা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। ভস্মীভূত সন্ধ্যা ডেকা নামৰ লোকজনৰ বাসগৃহ। স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপণ জুই। শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।
Business জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। April 22, 2024 Dipshikha জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান প্ৰতিম গগৈৰ। মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান। প্ৰতিম গগৈৰ লগতে আন কেইবাজনো কৰ্মীৰ…
Business শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং April 22, 2024 Dipshikha শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং। ভাগিল দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী দলং। সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ। দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলংখন। ত্ৰিশূল এণ্টাৰপ্ৰাইজ…
Business মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’ April 21, 2024 Dipshikha ‘মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’। এই মন্তব্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ । IPLত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দ্বায়িত্ব লোৱাৰ পাছৰে পৰা সমালোচিত হৈ আছে পাণ্ডিয়া। যাৰ বাবে হাৰ্ডিক পাণ্ডিয়া মানসিক…
Business গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী April 20, 2024 Dipshikha গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী। নিৰুদ্দেশ হৈ থকা কৰ্মচাৰীজন ফখৰুদ্দিন আহমেদ। ১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ওলাই গৈছিল ফখৰুদ্দিন আহমেদ। ঘৰৰ পৰা ওলাই অহাৰ পাছৰ পৰাই সন্ধান নাই কর্মচাৰীজনৰ। ঘটনা…
Business লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনা April 20, 2024 Dipshikha লখিমপুৰৰ পহুমৰা মাজগাঁৱত ভয়াৱহ দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এজন। নিহত বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ লেখাৰু। নিৰ্বাচনৰ দায়িত্ব শেষ কৰি ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনা।