Business কলিয়াবত পথ দুৰ্ঘটনা May 4, 2024 Dipshikha কলিয়াবৰ আমবাগানত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম। মৃত ছহিদুল ইছলাম আছিল দুই সন্তানৰ পিতৃ। নিশা বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ…
Business কংগ্ৰেছত পুনৰ মোক্ষম আঘাত May 4, 2024 Dipshikha কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান। ১৯ বছৰৰ পাছত শিৱসেনালৈ ঘূৰি আহিল সঞ্জয় নিৰুপম। মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰত যোগদান নিৰুপমৰ। কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈছিল সঞ্জয়…
Business পুনৰ ৰুষ্ট প্ৰকৃতি May 3, 2024 Dipshikha পুনৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত ডিমা হাছাও৷ কৃত্ৰিম বানে বিধ্বস্ত কৰিছে স্বাভাৱিক জনজীৱন৷ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশত ভূমিস্খলন৷ বানৰ কবলত হাফলং-শিলচৰ সংযোগী ৰেলপথৰ টানেল৷
Business ভয়ংকৰ দুৰ্ঘটনা May 3, 2024 Dipshikha মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত৷ দুৰ্ঘটনাগ্ৰস্ত শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰীৰ হেলিকপ্টাৰ৷ শিৱসেনাৰ (UBT)ৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই দুৰ্ঘটনা৷
Business হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ May 1, 2024 Dipshikha হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ। মানী লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ সিকন্দৰ সিং চোকাৰক। ৰিয়েল ইষ্টেটৰ কোম্পানী মাহিৰা হোমছৰ সঞ্চালক সিকন্দৰ সিং। মাহিৰা হোমছৰ বিৰুদ্ধে ৰুজু হৈ…
Business নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত May 1, 2024 Dipshikha নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত। য়াবা টেবলেটসহ ৰাজধানী এক্সপ্ৰেছৰ পৰা আজি দুগৰাকী মহিলাক আটক। জব্দ ২০ হাজাৰ সন্দেহজনক য়াবা টেবলেট। ধৃত মহিলাদ্বয় কোচবিহাৰৰ সুমিত্ৰা বৰ্মন আৰু মামণি ৰায়।
Business দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা April 30, 2024 Dipshikha দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল যাত্ৰীবাহী বাছ। ৬৫০ ফুটত তলত পৰিল যাত্ৰীবাহী বাছখন। ভয়ংকৰ দুৰ্ঘটনাত ২৫ গৰাকী লোকৰ মৃত্যু। ১৩গৰাকী যাত্ৰী আহতৰ খবৰ। বাছখনত আছিল…
Business যোৰাবাটৰ ১৩ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা April 30, 2024 Dipshikha যোৰাবাটৰ ১৩ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল গেছ পৰিবাহী টেংকাৰ। দুৰ্ঘটনাৰ পাছতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত । ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী, দুৰ্যোগ প্ৰশমন বিভাগ। দুৰ্ঘটনাত আহত…
Business ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। April 29, 2024 Dipshikha ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু। পথত ৰখাই থোৱা বাহনত খুন্দা যাত্ৰীবাহী বাহনখনৰ। বেমেটাৰা থানা এলেকাৰ কাঠিয়া পেট্ৰ’ল পাম্পৰ সমীপত এই দুৰ্ঘটনা।
Business আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ April 29, 2024 Dipshikha আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ। সন্ধিয়া ৬.১০ৰ পৰা ৭.১০ বজালৈ ৰোড শ্ব’…