Author: Business Bureau

ছুপাৰহিৰো বাৰ্ষিক প্লেনৰ সৈতে ডিজিটেল খণ্ডত সমৃদ্ধিৰ লক্ষ্য ভি-ৰ

দেশৰ অগ্ৰণী টেলিকম অপাৰেটৰ ভি-এ শেহতীয়াকৈ গ্ৰাহকৰ বাবে মুকলি কৰিছে উদ্যোগ-প্ৰথমঅফাৰ “ছুপাৰহিৰো”, যিয়ে নিশা ১২ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত তথ্যৰ সীমাহীন প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে, যি অধিক দ্ৰুতগতিত…

প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’ব বিৰাছত হেণ্ডলুম এক্সপ’

ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত (হস্ততাঁত)ৰ উদ্যোগত আয়োজন কৰা হৈছে বিৰাছত স্পেচিয়েল হেণ্ডলুম এক্সপ’ৰ। অহা ৮ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ গুৱাহাটীৰ ফাঁচী বজাৰৰ ৪ নং ৰেলৱে গেটৰ সমীপৰ এম…

ৰেইনব’ চিল্ড্ৰেনছ হাৰ্ট ইনষ্টিটিউটে ডিভাইচ ক্ল’জাৰ পদ্ধতিৰে সফলতাৰে সংৰোপণ কৰিলে বিশ্বৰ প্ৰথম ভ্ৰূণ এঅৰ্টিক ভালভুল’প্লাষ্টি

ৰেইনব’ চিলড্ৰেন হাৰ্ট ইনষ্টিটিউটে জটিল এঅ’ৰ্টিক ষ্টেনোচিছ ৰোগত আক্ৰান্ত হোৱা ২৭ সপ্তাহৰ এটা ভ্ৰুণৰ ডিভাইচ ক্লজাৰ(বন্ধ) কৰি বিশ্বৰ প্ৰথমটো ভ্ৰুণৰ এঅ’ৰ্টিক ভালভুল’প্লাষ্টি সফলতাৰে সম্পন্ন কৰিছে। এই অগ্ৰণী পদ্ধতিয়ে উন্নত ভ্ৰূণৰ…

গাহৰিৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰাইড হগ ফিডৰ বিবিধ পৰিসৰ মুকলি গড্ৰেজ এগ্ৰ’ভেটৰ

দেশৰ আগশাৰীৰ বৈচিত্ৰ্যময় কৃষি-ব্যৱসায়িক প্ৰতিষ্ঠান গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(গড্ৰেজ এগ্ৰ’ভেট)-এ আজি গাহৰিৰ জীৱনচক্ৰৰ প্ৰতিটো পৰ্যায়ত অনুকূল পুষ্টি প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা বৈজ্ঞানিকভাৱে বিকশিত গাহৰিৰ খাদ্য পৰিসৰ গড্ৰেজ প্ৰাইড হগ মুকলি…

‘ডাবল ভৰসা’ৰ মনোভাৱক তুলি ধৰিছে এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্সে

পূৰ্বে মেক্স লাইফ ইঞ্চুৰেন্স নামেৰে পৰিচিত এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে আনুষ্ঠানিকভাৱে নিজৰ ৰিব্ৰেণ্ড উন্মোচন কৰিছে, এই ন ৰূপত সজাই তোলাটোৱে প্ৰতিষ্ঠানটোৰ সমৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে চিহ্নিত হৈছে।…

নিছান ইণ্ডিয়াৰ ৰপ্তানি ৭২% বৃদ্ধি, ৬৫খন দেশলৈ ফুটপ্ৰিণ্ট সম্প্ৰসাৰণ

নিছান মটৰ ইণ্ডিয়াই ২০২৪ চনৰ ডিচেম্বৰ মাহত মুঠ ১১,৬৭৬খন পাইকাৰী বাহন ৰপ্তানিৰে এতিয়ালৈকে সৰ্বোত্তম বিক্ৰী প্ৰদৰ্শন পঞ্জীয়ন কৰি ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। ২০২৪ চনৰ অক্টোবৰ মাহত মুকলি কৰা নতুন…

বিশ্বজোৰা সফলতাৰ সোণোৱালী যাত্ৰা নাগালেণ্ডৰ চানিয়ো হোৰামৰ

মাত্ৰ ৩৩টা ঘৰ থকা নাগালেণ্ডৰ এখন সৰু গাঁৱত ডাঙৰ-দীঘল হোৱা চানিয়ো হোৰাম নামৰ মহিলাগৰাকী আজিৰ তাৰিখত অধ্যৱসায় আৰু সফলতাৰ চাক্ষুস প্ৰমাণ। ভাই-ভনীসকলৰ ভিতৰত জ্যেষ্ঠ চানিয়ো হোৰামে শৈশৱত দৰিদ্ৰতা আৰু সীমিত…

এন এছ ডি চিৰ স্কিল ইণ্ডিয়া ডিজিটেল হাবে এ আই আৰু ৰবটিক্সত ৫ মিলিয়ন চাকৰিৰ সৈতে বৃদ্ধিৰ সূচনা কৰিছে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ ২০২৪ চনত ভাৰতৰ দক্ষতা বিকাশ পৰিস্থিতিতন্ত্ৰক নতুন ৰূপ দি এক মাইলৰ খুঁটি বৰ্ষ অৰ্জন কৰে। স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ)ৰ দৰে পদক্ষেপৰ জৰিয়তে এআই, ড্ৰোন প্ৰযুক্তি…

ভ্ৰমণশৈলী পুনৰ সংজ্ঞায়িত কৰিবলৈ দিলজিত দোচাঞ্জৰ সৈতে অংশীদাৰিত্ব মকোবাৰাই

সীমাৰ পৰিধি ভাঙি নিজৰ সংগীতেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰা সংগীত চাঞ্চল্য দিলজিত দোচাঞ্জে ভ্ৰমণ আনুষঙ্গিক উদ্যোগৰ উদীয়মান প্ৰতিষ্ঠান মোকোবৰাৰ সৈতে সহযোগিতা কৰা ট্ৰেভেল ফেশ্বনৰ ভৱিষ্যতক ন ৰূপত সংজ্ঞায়িত কৰিছে। পৰম্পৰাৰ সৈতে…

টাটা এআইএ-য়ে জীৱন আৱৰণ আৰু সম্পদ সৃষ্টিৰ লাভালাভৰ সৈতে মাল্টিকেপ মমেণ্টাম কোৱালিটী ইনডেক্স ফাণ্ড মুকলি কৰিছে

ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এ আই এ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে টাটা এআইএ মাল্টিকেপ মমেণ্টাম কোৱালিটী ইনডেক্স ফাণ্ড মুকলি কৰিছে। এই নতুন ফাণ্ড অফাৰ নিফটি ৫০০ মাল্টিকেপ…