Business ৭৬ সংখ্যক গণৰাজ্য দিৱসত শ্ৰী জয়ন্ত চৌধুৰীয়ে ১০০ জন উদ্যোগীক সন্মান জনায় January 29, 2025 Business Bureau ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কৌশল ভৱনত ১০০ গৰাকী বিশিষ্ট উদ্যোগীক সম্বৰ্ধনা জ্ঞাপন কৰে। ভাৰতৰ সমৃদ্ধিশালী দক্ষতা পৰিৱেশ তন্ত্ৰক প্ৰতিনিধিত্ব…
Business মহিন্দ্ৰা ট্ৰাক আৰু বাছ বিভাগে লখিমপুৰত নতুন ডিলাৰশ্বিপ মুকলি কৰিছে January 28, 2025 Business Bureau মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ বিভাগে লখিমপুৰত নিজৰ ৮৭ সংখ্যক অত্যাধুনিক ডিলাৰশ্বিপ মুকলি কৰি নিজৰ সেৱা সম্প্ৰসাৰণ অব্যাহত ৰাখিছে। চাৰিটা চাৰ্ভিচ বে’ৰে সুসজ্জিত নতুন ৩এছ (চেলছ, চাৰ্ভিচ, স্পেয়াৰ) সুবিধা কেন্দ্ৰই দৈনিক…
Business আঞ্চলিক অৰ্থনীতি বৃদ্ধিৰ বাবে অসমৰ প্ৰথম ফিনটেক বেংক ইউনিকৰ্ণ January 28, 2025 Business Bureau নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি) আৰু শ্লাইচৰ একত্ৰিকৰণৰ লগে লগে অসম ভাৰতৰ প্ৰথম ফিনটেক-বেংক ইউনিকৰ্ণৰ জন্মভূমি ৰূপে পৰিগণিত হোৱাৰ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। অসম চৰকাৰৰদ্বাৰা সহজসাধ্য হোৱা এই ৰূপান্তৰে…
Business স্কিল ইণ্ডিয়াই এআই বুষ্ট মেটাৰ লামা মডেলৰ সহায়ক লাভ কৰে January 27, 2025 Business Bureau ভাৰতৰ কৰ্মশক্তিক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰিব পৰা এক পদক্ষেপত দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ে মেটাৰ মুক্ত-উৎস লামা মডেলৰ ব্যৱহাৰ কৰি এআই-চালিত প্লেটফৰ্ম স্কিল ইণ্ডিয়া এচিষ্টেণ্ট (এছআইএ)ৰ বিকাশৰ কথা ঘোষণা কৰিছে। বিশ্ব…
Business স্বপ্নৰ বিবাহক বাস্তৱত পৰিণত কৰিবলৈ টাটা এআইএ লাইফে আগবঢ়াইছে ‘শুভ মুহুৰত’ January 27, 2025 Business Bureau ভাৰতীয় বিবাহৰ সৈতে সম্পৰ্কিত বৰ্ধিত বিত্তীয় বোজা সমাধান কৰাৰ বাবে দেশৰ আগশাৰীৰ জীৱন বীমাকৰ্তা টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘শুভ মুহুৰত’, যি হৈছে এক নতুন জীৱন বীমা সমাধান। এই…
Business এনএছডিচি-এন এ এছ সহযোগিতাৰ জৰিয়তে মিৰাটৰ যুৱক-যুৱতীসকলে উদ্যোগ-প্ৰস্তুত দক্ষতা লাভ কৰিব January 27, 2025 Business Bureau এনএছডিচি আৰু নানক চান্দ এংলো সংস্কৃত মহাবিদ্যালয়ে মিৰাটত দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে, ইয়াৰ জৰিয়তে নিয়োগযোগ্যতা বৃদ্ধি আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলক উদ্যোগ-প্ৰাসংগিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য…
Business টাটা চ’লফুলে গুৱাহাটীৰ মহাকুম্ভ মেলাত লাখ লাখ লোকক খাদ্য যোগান ধৰে January 27, 2025 Business Bureau টাটা চ’লফুলত আমি সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে স্বাস্থ্যকৰ আৰু সুস্বাদু বিকল্প যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। টাটা চ’লফুল হৈছে এক পেকেটযুক্ত খাদ্যৰ ব্ৰেণ্ড, যি স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়ে। মহাকুম্ভ…
Business এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিছে এআই-চালিত ইজেড বুকিং January 27, 2025 Business Bureau ভাৰতৰ আগশাৰীৰ গ্লবেল বিমান সেৱা প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই এটা কৃত্ৰিম বুদ্ধিমত্তা(এআই)চালিত সুবিধা ইজেড বুকিং মুকলি কৰিছে, যাৰ দ্বাৰা গ্ৰাহকসকলে কেৱল এআই এজেণ্টৰ সৈতে নিজৰ বিতং ভ্ৰমণসূচী টেক্সট বা কথা পাতি…
Business এলআইচি মিউচুৱেল ফাণ্ডৰ দ্বাৰা মাল্টি এছেট এডভান্সমেণ্ট ফাণ্ড আৰম্ভ কৰা হৈছে January 27, 2025 Business Bureau এলআইচি মিউচুৱেল ফাণ্ডে নিজৰ নতুন আঁচনি এলআইচি এমএফ মাল্টি এচেট এল’কেচন ফাণ্ড আৰম্ভ কৰিছে, এই পুঁজিৰ উদ্দেশ্য হৈছে বিনিয়োগকাৰীসকলক ইকুইটি, ঋণ আৰু স্বৰ্ণৰ মাজেৰে বৈচিত্ৰ্যময় বিনিয়োগৰ বিকল্প প্ৰদান কৰা। ২০২৫…
Business ফ্লিপকাৰ্ট আৰু এপিএফবিচি কৰ্মশালাই অসমৰ শিল্পীসকলৰ বাবে বজাৰৰ সুযোগ বৃদ্ধি কৰে January 24, 2025 Business Bureau দেশৰ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে আছাম প্ৰজেক্ট অন ফৰেষ্টছ এণ্ড বায়’ডাইভাৰ্চিটি কনজাৰ্ভেচন(এপিএফবিচি)ৰ সৈতে সহযোগিতা কৰি স্থানীয় উদ্যোগী, ভাস্কৰ আৰু শিপিনীসকলক ই-কমাৰ্চৰ বিবিধ সঁজুলি আৰু জ্ঞানেৰে সজ্জিত কৰাৰ লক্ষ্যৰে এখন কৰ্মশালাৰ…