Business নিছান মেগনাইটে ভাৰতৰ পৰা ৰপ্তানি কৰা ১০,০০০ এলএইচডি ইউনিটতকৈ ওপৰলৈ বিশ্বব্যাপী যায় February 6, 2025 Business Bureau নিছান মটৰ ইণ্ডিয়াই নিজৰ ‘এক বাহন, এক বিশ্ব’ কৌশলক শক্তিশালী কৰি বাওঁফালৰ চালক আসন(এল এইচ ডি)ৰ নতুন নিছান মেগনাইটৰ ১০,০০০ৰো অধিক বাহনৰ ৰপ্তানি আৰম্ভ কৰিছে। লেটিন আমেৰিকান (এলএটিএএম) অঞ্চলৰ নিৰ্বাচিত…
Business ভিয়ে মহাকুম্ভত পৃথক হোৱা তীৰ্থযাত্ৰীসকলক পুনৰ একত্ৰিত কৰিবলৈ ‘ভি নম্বৰ ৰক্ষক’ উদ্যোগ আৰম্ভ কৰিছে February 6, 2025 Business Bureau ভোডাফোন আইডিয়া(ভিআই)ই জনসাধাৰণৰ সুৰক্ষা আৰু নিৰৱচ্ছিন্ন সংযোগৰ প্ৰতি দায়বদ্ধতাক অধিক শক্তিশালী কৰি মহাকুম্ভত ‘ভি নম্বৰ ৰক্ষক’ পদক্ষেপ আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে তীৰ্থযাত্ৰীসকলক জৰুৰীকালীন যোগাযোগ নম্বৰ খোদিত কৰা ৰুদ্ৰাক্ষ আৰু…
Business খাদ্যনলীৰ কৰ্কট বিশেষজ্ঞ সকলে উন্নত চিকিৎসা প্ৰযুক্তি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে February 5, 2025 Business Bureau উত্তৰ-পূৰ্বাঞ্চলত খাদ্যনলীৰ কৰ্কট ৰোগৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱে উন্নত চিকিৎসা প্ৰযুক্তিৰ চাহিদা আৰু বিশেষ স্বাস্থ্যসেৱাত বিনিয়োগৰ বাবে ইন্ধন যোগাইছে। আইচিএমআৰৰ এক শেহতীয়া প্ৰতিবেদনত ব্যাপক ধঁপাত ব্যৱহাৰক এই বৰ্ধিত প্ৰৱণতাৰ আঁৰৰ অন্যতম কাৰণ…
Business বাজেট দাখিলৰ পিছত এই অভিমতনৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ এমডি তথা চিইঅ’ সতীশ কুমাৰ কালৰাৰ February 5, 2025 Business Bureau নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ অন্তৱৰ্তীকালীন পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সতীশ কুমাৰ কালৰাক নিযুক্তি দিয়া হৈছে। এই নিযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে অনুমোদন জনাইছে। “২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ কেন্দ্ৰীয়…
Business কৃষকক গুৰুত্ব প্ৰদানৰ বাবে ২০২৫ বৰ্ষৰ বাজেটক প্ৰশংসা গড্ৰেজ এগ্ৰ’ভেটৰ কাৰ্যবাহীসকলৰ February 5, 2025 Business Bureau গড্ৰেজ এগ্ৰ’ভেট প্ৰতিষ্ঠানৰ শীৰ্ষ নেতৃত্বই ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ লগতে কৃষকসকলক সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভূয়সী প্ৰশংসা কৰিছে। গড্ৰেজ এগ্ৰ’ভেটৰ পৰিচালন সঞ্চালক বলৰাম…
Business উত্তৰ-পূৰ্ব ক্ষুদ্র বিত্ত বেণ্ডৰ বেঙ্গালুরু আৰু মুম্বাইত অসম এডভেন্টেজ ২.০ ৰোডচ’ত সাফল্যৰ জ্যোতি February 5, 2025 Business Bureau বেঙ্গালুৰুৰ ৰোডচ’ত ২১ জানুৱাৰীত অসমৰ অসাধাৰণ অৰ্থনৈতিক সফলতাসমূহ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হ’ল। এই অনুষ্ঠান ২০২৫ চনৰ “এডভেন্টেজ অসম ২.০ – বিনিয়োগ আৰু প্ৰকাঠামো শীৰ্ষ সম্মিলনী”ৰ পূৰ্বৰ এক বিশিষ্ট কাৰ্যসূচী আছিল।…
Business মুখ্য বিত্তীয় বিষয়া আচিফ মালবাৰীয়ে ২০২৫ চনৰ বাজেটৰ ওপৰত তেওঁৰ অন্তৰ্দৃষ্টি ভাগ বতৰা কৰে February 3, 2025 Business Bureau গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ মুখ্য বিত্তীয় বিষয়া আচিফ মালবাৰীয়ে এফএমচিজি খণ্ডৰ মূল স্তম্ভবোৰ শক্তিশালী কৰাৰ বাবে সন্তুলিত দৃষ্টিভংগীৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৫ক উচ্চ প্ৰশংসা কৰিছে। আচিফ মালবাৰীয়ে বিকাশৰ চালক হিচাপে…
Business এনএছডিচি, কলিয়াৰ্ণ আৰু কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডি এ ৱান স্প’ৰ্টছে আৰম্ভ কৰিছে ক্ৰিকেট প্ৰশিক্ষক দক্ষতা পদক্ষেপ January 31, 2025 Business Bureau নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ শৈক্ষিক প্ৰযুক্তি প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডিএ ৱান স্পৰ্টছৰ সহযোগত সমগ্ৰ ভাৰতত প্ৰশিক্ষকসকলক উন্নত কৰাৰ বাবে ক্ৰিকেট প্ৰশিক্ষক শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য…
Business জিচিপিএল-এ নতুন ৯৯ টকা হিট এণ্টি-ৰ’চ্চ জেলৰ সৈতে কীট নিয়ন্ত্ৰণত নেতৃত্ব সম্প্ৰসাৰিত কৰে January 31, 2025 Business Bureau ভাৰতৰ প্ৰায় ৯৩% পৰিয়ালে দৈনিক ঘৰ চাফ-চিকুণ কৰাৰ পিছতো ৬৫% চহৰৰ ঘৰত পঁইতাচোৰাৰ উপস্থিতি অব্যাহত আছে, আধাতকৈ অধিক লোকে মধ্যমীয়াৰ পৰা উচ্চ আক্ৰমণৰ মাত্ৰাৰ কথা প্ৰকাশ কৰিছে। ক্ষতিকাৰক বেক্টেৰিয়া আৰু…
Business লেনভোই ৪৮০+ ষ্ট’ৰৰ সৈতে উপস্থিতি শক্তিশালী কৰে, যাৰ ফলত স্মাৰ্ট প্ৰযুক্তিৰ প্ৰৱেশ বৃদ্ধি January 30, 2025 Business Bureau বিশ্বৰ প্ৰযুক্তি ক্ষেত্ৰখনৰ আগশাৰীৰ প্ৰতিষ্ঠান লেন’ভ’ই সমগ্ৰ উত্তৰ আৰু পূব ভাৰতত ২৫তকৈও অধিক একচেটিয়া ষ্ট’ৰ মুকলি কৰি খুচুৰা খণ্ডৰ নিজৰ উপস্থিতি যথেষ্ট বৃদ্ধি কৰিছে। এই সম্প্ৰসাৰণে লেন’ভ’ৰ মুঠ ৰিটেইল পদচিহ্ন…