Month: October 2026

২০২৭ চনৰ মাৰ্চ মাহত হাইব-এ প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত কৰিব গ্লবেল কে-পপ মহোৎসৱ

হাইব-এ নিজৰ ফ্লেগশ্বিপ উইভাৰ্ছ কন ফেষ্টিভেল ২০২৭ চনৰ ২৭-২৮ মাৰ্চত প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত কৰিব। দক্ষিণ কোৰিয়াৰ বাহিৰত প্ৰথমবাৰলৈ এই মহোৎসৱৰ উদ্বোধনী সংস্কৰণ অনুষ্ঠিত কৰিবলৈ নতুন দিল্লীক বাছনি কৰা হৈছে।…

আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাত এইবাৰ ‘স্বৰ্ণগিৰি’ৰ আকৰ্ষণ

হায়দৰাবাদৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব পূজাৰ মণ্ডপ, প্ৰতি ৪৫ মিনিটৰ মূৰে মূৰে কৰা হ’ব গংগা আৰতি ব্যতিক্ৰমী বিষয়বস্তু, নান্দনিক শিল্পকলাৰ উপস্থাপন আৰু সমাজৰ প্ৰতি ইতিবাচক বাৰ্তাৰ বাবে…

পৰৱৰ্তী প্ৰজন্মৰ ফেশ্বন কণ্ঠৰ বাবে পেছাদাৰী মঞ্চ প্ৰদান কৰিছে RGU-এ

অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ (RGU) ৰয়েল স্কুল অৱ ফেশ্বন ডিজাইন এণ্ড টেকন’লজীয়ে (RSFT) শুকুৰবাৰে বিশ্ববিদ্যালয় চৌহদৰ ৰয়েল গাৰ্ডেনত ‘Synthesis 2026 – স্নাতক ডিজাইন প্ৰদৰ্শনী’ৰ জৰিয়তে স্নাতক ডিজাইনাৰসকলৰ সৃজনশীলতা আৰু প্ৰতিভাক…

আদৰণীয় প্ৰধানমন্ত্ৰী আম্বানী জী… মুকেশ আম্বানীক ইলন মাস্কৰ তীব্ৰ কটাক্ষ; ভাৰতত ষ্টাৰলিংকৰ অনুমোদনক লৈ সৃষ্টি নতুন বিতৰ্কৰ

আদৰণীয় প্ৰধানমন্ত্ৰী আম্বানী জী, মোৰ ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰক। মই বুজিব পৰা নাছিলোঁ যে আপুনিয়েই প্ৰকৃততে ভাৰতৰ প্ৰকৃত বছ। – ভাৰতত উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ অনুমোদনত বিলম্ব ঘটাক লৈ এনেদৰেই…

২০,৯৯৯ টকা মূল্যত শ্বাওমিৰ ৰেডমি ১৭চি ৫জি মুকলি, মনোৰঞ্জনপ্ৰেমী স্মাৰ্টফোন ক্ৰয় কৰা সকলৰ বাবে অনন্য অফাৰ

শ্বাওমি ইণ্ডিয়াই শুকুৰবাৰে ৰেডমি ১৭চি ৫জি মোবাইল ফোন বিক্ৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এক সৰ্বদিশৰ স্মাৰ্টফোনৰ অভিজ্ঞতা বিচৰা গ্ৰাহকসকলক লক্ষ্য কৰি লৈ প্ৰস্তুত কৰা এই মবাইলটোত এক ডাঙৰ ডিছপ্লে,…

ন ৰূপত উপলব্ধ টাটা এআইএৰ ভাইটেলিটি ৱেলনেছ প্ৰগ্ৰেম

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে নিজৰ ভাইটেলিটি ৱেলনেছ কাৰ্যসূচী পুনৰ ন ৰূপত মুকলি কৰিছে। ইয়াত জীৱন বীমা সুৰক্ষাৰ সৈতে স্বাস্থ্যকৰ অভ্যাসৰ বাবে অনুপ্ৰেৰণাক একত্ৰিত কৰা হৈছে। কোম্পানীটোৱে উল্লেখ কৰা এক গৱেষণাৰ…

৩টা নতুন ইউএলটি পাৱাৰ চাউণ্ড পাৰ্টী স্পীকাৰ মুকলি চনী ইণ্ডিয়াৰ, ৩৪,৯৯০ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ

চনী ইণ্ডিয়াই তিনিটা দ্বিতীয় প্ৰজন্মৰ পাৰ্টি স্পীকাৰ — ইউএলটি টাৱাৰ ৫, ইউএলটি টাৱাৰ ৭ আৰু ইউএলটি টাৱাৰ মেক্স মুকলি কৰি নিজৰ ইউএলটি পাৱাৰ চাউণ্ড পৰ্টফ’লিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। এই স্পীকাৰসমূহত উন্নত…

ৰেন’ ডাষ্টাৰ ষ্ট্ৰং হাইব্ৰিডে প্ৰদান কৰিব ২৯ কি.মি/লিটাৰ মাইলেজ, ২১,০০০ টকাত বুকিং আৰম্ভ

ৰেন’ ইণ্ডিয়াই ১৭ অক্টোবৰত আনুষ্ঠানিকভাৱে বজাৰত মুকলিৰ পূৰ্বে নতুন ডাষ্টাৰ ষ্ট্ৰং হাইব্ৰিড ই-টেক ১৬০ বাহনখনত প্ৰতি লিটাৰত ২৯ কি.মি. এআৰএআই-প্ৰমাণিত ইন্ধন কাৰ্যক্ষমতাৰ কথা ঘোষণা কৰিছে। ৯ অক্টোবৰৰ পৰা সমগ্ৰ ভাৰতজুৰি…

মহিলা কৰ্মচাৰীৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে গড্ৰেজে মুকলি কৰিলে ‘গেটৱে’ ৰিটাৰ্নশ্বিপ কাৰ্যসূচী

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে বিবাহ, মাতৃত্ব, পৰিয়ালৰ যত্ন লোৱা আৰু জীৱনৰ অন্যান্য পৰিৱৰ্তনৰ বাবে কেৰিয়াৰত বিৰতি লোৱা অভিজ্ঞ মহিলা পেচাদাৰীসকলক পুনৰ কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰাত সহায় কৰাৰ উদ্দেশ্যে গেটৱে নামৰ এটা ৰিটাৰ্নশ্বিপ…

চিকিৎসাধীন সাহিত্যিক কমলা কান্ত মুছাহাৰীৰ স্বাস্থ্যৰ বুজ ললে মন্ত্রী বিমল বড়াই

অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ থকা বড়ো ভাষা সাহিত্যৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা সাংস্কৃতিক…