Business সমগ্ৰ দেশতে ৫৪টা নতুন টাচ্চপইণ্টৰ জৰিয়তে নিছান ইণ্ডিয়াই ৰেচ বৃদ্ধি কৰিলে April 14, 2026 Business Bureau নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২৬ চনৰ কেলেণ্ডাৰ বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত সমগ্ৰ দেশতে ৫৪টা নতুন গ্ৰাহক সেৱাকেন্দ্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি ভাৰতৰ অন্যতম বৃহৎ নেটৱৰ্ক সম্প্ৰসাৰণ অভিযান। এই…
Assam মণিপুৰৰ ট্ৰংলোবি হত্যাকাণ্ডৰ এন আই এ তদন্তৰ দাবী; গৃহমন্ত্ৰীলৈ বিধায়কৰ পত্ৰ April 14, 2026 Paromita মণিপুৰৰ ট্ৰংলোবিত সংঘটিত হত্যাকাণ্ডৰ উচ্চস্তৰীয় তদন্ত বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক আৰ কে ইম’ সিঙে। বিষ্ণুপুৰ জিলাৰ এই ঘটনাক অত্যন্ত মৰ্মান্তিক আখ্যা দি ১১-চাগলবন্দ সমষ্টিৰ বিধায়কগৰাকীয়ে…
Business এইচপিচিএলে ইন্ধনৰ যোগান বৃদ্ধি কৰিলে ১০.৭ লাখ কেএল গতি অতিক্ৰম April 14, 2026 Business Bureau হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিলৰ ভিতৰত ১০.৭ লাখ কিলোলিটাৰ (কেএল)তকৈ অধিক পেট্ৰ’ল আৰু ডিজেল প্ৰেৰণ কৰি ইন্ধন যোগানৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে। দেশজুৰি নিৰৱচ্ছিন্নভাৱে…
Assam বিহাৰৰ ইটাভাটাত আৱদ্ধ ধুবুৰীৰ ৪৭ শ্ৰমিকক উদ্ধাৰ; মালিকক গ্ৰেপ্তাৰ April 14, 2026 Paromita সংস্থাপনৰ সন্ধানত বিহাৰলৈ গৈ ইটাভাটাত আৱদ্ধ হৈ পৰা অসমৰ দুকুৰিৰো অধিক শ্ৰমিক অৱশেষত উভতিল ঘৰলৈ। বিহাৰ আৰক্ষীৰ সহযোগত ধুবুৰীৰ ৪৭ গৰাকী বঁধুৱা শ্ৰমিকক উদ্ধাৰ কৰি সোমবাৰে নিৰাপদে নিজ জিলালৈ ওভতাই…
Assam সমাজত জ্যেষ্ঠসকলক সন্মান; অসম সাহিত্য সভাৰ আহ্বানত ৰাজ্যজুৰি ‘নিজৰ দিন’ পালন April 14, 2026 Sonakshi Sarkar অসমীয়া ভাষা-সাহিত্য আৰু সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱাৰ লক্ষ্যৰে ‘নিজৰ দিন’ পালন কৰিব অসম সাহিত্য সভাই। ব’হাগ বিহুৰ প্ৰথম দিনটোত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ…
Business পাছপ’ৰ্ট বিতৰ্ক তীব্ৰ; ৰাহুল গান্ধীৰ আক্রমণ, মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ কটাক্ষ April 14, 2026 Sonakshi Sarkar মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত পাছপ’ৰ্ট কেলেংকাৰীৰ অভিযোগে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দুত লাভ কৰিছে বিশেষ স্থান। যোৱা এসপ্তাহ ধৰি চলা এই বিতৰ্কত সোমবাৰে পোনপটীয়াকৈ জঁপিয়াই পৰে কংগ্ৰেছ নেতা…
Assam আজি হেঁপাহৰ গৰু বিহু; ৰাজ্যজুৰি উদযাপন চহা জীৱনৰ সাতমপুৰুষীয়া পৰম্পৰা April 14, 2026 Sonakshi Sarkar চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি মঙলবাৰে উদযাপন কৰিছে বিহুৰ এই প্ৰথমটো দিন।…
Business মহিলা সংৰক্ষণৰ বাবে সংসদত ইতিহাস সৃষ্টিৰ প্ৰস্তুতি; বিশেষ অধিৱেশনৰ পূৰ্বে বিৰোধীৰ সহযোগিতা বিচাৰি মোদীৰ পত্ৰ April 13, 2026 Sonakshi Sarkar দশক দশক ধৰি চলি থকা অপেক্ষাৰ অন্ত পেলাই এক নতুন ইতিহাস সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে দেশৰ সংসদ ব্যৱস্থা। মহিলা সংৰক্ষণ বিধেয়কখন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ এক…
Business মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকী চৌধুৰীৰ মাতৃ; মানহানি আৰু অনলাইন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ April 13, 2026 Sonakshi Sarkar নিৰ্বাচনী যুঁজ অন্ত পৰাৰ পাছতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানি,…
Assam জামিন বিতৰ্ক উচ্চতম ন্যায়ালয়ত; পৱন খেৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ আপত্তি April 13, 2026 Sonakshi Sarkar মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যক লৈ এতিয়া দিল্লীৰ পৰা গুৱাহাটীলৈ তীব্ৰতৰ হৈছে আইনী যুঁজ। তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট অগ্ৰিম জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান…