Month: April 2026

ইৰানে পুনৰ বন্ধ কৰিলে হৰমুজ প্ৰণালী

ইৰানী সেনাই হৰমুজ জল প্ৰণালী পুনৰ বন্ধ কৰাৰ ঘোষণা কৰিছে। দেশখনৰ কেইবাটাও সংবাদ মাধ্যমে আই আৰ জি চিৰ এক বিবৃতিৰ উদ্ধৃতি দি কয় যে হৰমুজ প্ৰণালী পুনৰ পূৰ্বৰ মৰ্যাদালৈ ঘূৰি…

কাইলৈ কলকাতা নাইট ৰাইডাৰ্ছৰে মুখামুখি ৰাজস্থান ৰয়েলছৰ

ফৰ্মত থকা ৰাজস্থান ৰয়েলছে দেওবাৰে দুৰ্বল ফৰ্মত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হলে পূৰ্বৰ জয়r ধাৰা বজাই ৰাখিব বিচাৰিব।এই মেচখন হ’ব প্ৰতিযোগিতাখনৰ অন্যতম শক্তিশালী দল ৰয়েলছ আৰু দুৰ্বল ফৰ্মৰ…

বৰ্ধিত চাহিদাৰ মাজত দেশজুৰি এলপিজি সৰবৰাহত কেনেকৈ শক্তি প্ৰদান কৰিছে এইচপিচিএলৰ তৃণমূল কৰ্মীসমূহে

হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ ১ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিলৰ ভিতৰত সমগ্ৰ ভাৰতত ২০১ লাখৰো অধিক এলপিজি চিলিণ্ডাৰ যোগান ধৰিছে, যিয়ে শক্তিশালী চাহিদা আৰু নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত বিতৰক নেটৱৰ্কৰ…

লতাশিল বিহুত সংগীতা ৰাভাৰ জয়ধ্বনি; বিহু কুঁৱৰী কৃষ্ণা, বিহুৰাণী বৰষা

লতাশিলৰ গৌৰৱোজ্জ্বল মঞ্চত এই বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতীৰ খিতাপ জয় কৰি নতুন ইতিহাস ৰচিলে গুৱাহাটীৰ সংগীতা ৰাভাই। ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ যুঁজত কেইবাগৰাকীও…

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ; ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ শুনানি

বিহুৰ বন্ধৰ বিৰতিৰ অন্তত ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ’ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ শুনানি। ছিংগাপুৰত সংঘটিত এই চাঞ্চল্য্যকৰ ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত অভিযুক্তৰ বিৰুদ্ধে…

ষ্টাৰ হেল্থ ইঞ্চুৰেন্সৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সুস্থতা আৰু ডিজিটেল স্বাস্থ্যৰ সুবিধা সম্প্ৰসাৰণ

ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে সমগ্ৰ অসম আৰু উত্তৰ-পূবত নিজৰ সুস্থতা আৰু ডিজিটেল হেল্থকেয়াৰ পদচিহ্নৰ সম্প্ৰসাৰণ কৰি ২০২৬ বিত্তীয় বৰ্ষত মুঠ লিখিত প্ৰিমিয়াম ১১% বৃদ্ধিৰে প্ৰায় ১৫০ কোটিলৈ…

মহিলা সংৰক্ষণ বিধেয়ক খাৰিজক লৈ তীব্ৰ প্ৰতিক্ৰিয়া; বিৰোধীক ‘নাৰী বিৰোধী’ বুলি ক’লে মুখ্যমন্ত্ৰী

লোকসভাৰ মজিয়াত মহিলা সংৰক্ষণ বিধেয়ক ধৰাশায়ী হোৱাক লৈ এতিয়া বিৰোধীৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শাসনৰ ১২ বছৰীয়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংসদত চৰকাৰী বিধেয়ক এখনৰ এনে লজ্জাজনক…

মোদী চৰকাৰৰ বাবে সংসদত ডাঙৰ ধাক্কা; মহিলা সংৰক্ষণ বিধেয়ক খাৰিজ

কেন্দ্ৰীয় চৰকাৰৰ ১২ বছৰীয়া সংসদীয় ইতিহাসত মচি পেলাব নোৱাৰা এক দাগ সানিলে বিৰোধীয়ে। লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতেই শুকুৰবাৰে সন্ধিয়া চৰকাৰৰ আটাইতকৈ অভিলাষী ‘নাৰী শক্তি বন্দন…

মুখ্যমন্ত্ৰীৰ পত্নীৰ মানহানি গোচৰ; উচ্চতম ন্যায়ালয়ত খাৰিজ পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন

উচ্চতম ন্যায়ালয়ৰ মজিয়াত পুনৰবাৰ মুখ থেকেচা খালে কংগ্ৰেছ নেতা পৱন খেৰাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰা মানহানিৰ গোচৰত খেৰাৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ…

ত্ৰিপুৰাত বিজেপিৰ শোচনীয় পৰাজয়; পাহাৰীয়া পৰিষদত তিপ্ৰা মোথাৰ একছত্ৰী আধিপত্য

ত্ৰিপুৰাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে ধূলিস্যাৎ হৈ পৰিল পৰাক্ৰমী ভাৰতীয় জনতা পাৰ্টি। শেহতীয়াকৈ ৰাজ্যখনৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ (TTAADC) নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰি এক বিশাল বিজয় সাব্যস্ত কৰে তিপ্ৰা মোথা পাৰ্টিয়ে। নিৰ্বাচন আয়োগৰ…