Month: March 2026

৩০ খনতকৈও অধিক বাহনৰ গৰাকী হাগ্ৰামা পত্নী সেউলী মহিলাৰী; মনোনয়নৰ শপতনানামাত প্ৰকাশ বিশাল সম্পত্তি

কিমান ধনী বিপিএফৰ মুৰব্বী তথা বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী সেউলী ব্ৰহ্ম মহিলাৰী? কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী ৰূপে শেহতীয়াকৈ দাখিল কৰা মনোনয়নৰ সময়ত প্ৰদান কৰা শপতনানামাত পোহৰলৈ আহিছে হাগ্ৰামা পত্নীৰ বিশাল…

শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে শপতনামাত তথ্য গোপনৰ গুৰুতৰ অভিযোগ

শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে মঙলবাৰে উত্থাপন হয় তথ্য গোপনৰ এক গুৰুতৰ অভিযোগ। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰৰ শপতনামাত থকা বিসংগতিৰ…

লালু প্ৰসাদ যাদৱৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ; লেণ্ড ফৰ জব গোচৰত অব্যাহত থাকিব চিবিআইৰ তদন্ত

ৰে’ল বিভাগত নিযুক্তিৰ বিনিময়ত ভূমি কেলেংকাৰিত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চিবিআই-য়ে ৰুজু কৰা এজাহাৰ খাৰিজ কৰিবলৈ মঙলবাৰে অস্বীকাৰ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আৰজেডি মুৰব্বীগৰাকীৰ লগতে তেওঁৰ…

বাক্সা কাৰাগাৰত আৰক্ষীৰ গুলীচালনা! কৰ্তব্যৰত অৱস্থাতে কনিষ্টবলৰ আত্মহননৰ চেষ্টা

বাক্সাৰ জিলা কাৰাগাৰত মঙলবাৰে এগৰাকী কৰ্তব্যৰত আৰক্ষী কনিষ্টবলে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহননৰ চেষ্টা চলোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জুবিন গাৰ্গৰ গোচৰৰ পাঁচজন অভিযুক্তক বন্দী কৰি ৰখা এই কাৰাগাৰৰ…

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছৰ ‘মচ্চৰ হ্যে, মেহমান নাহী’ জনসেৱামূলক প্ৰচাৰ ছবিখনে ঘৰুৱা মানুহক সোঁৱৰাই দিয়ে যে প্ৰতিজন দৰ্শক আমন্ত্ৰণৰ যোগ্য নহয়

ভাৰতত মহ আৰু মহৰ দ্বাৰা বিয়পা ৰোগে জনস্বাস্থ্যৰ বাবে এক ভয়াৱহ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। তথাপিও তেওঁলোকৰ উপস্থিতি ইমান নিয়মিত হৈ পৰিছে যে ইয়াক প্ৰায়ে উপেক্ষা কৰা হয়। মহক নিৰাপদ…

এমএছএমই ঋণ গ্ৰহণকাৰীক সুৰক্ষা প্ৰদান কৰিবলৈ এক্সিছ মেক্স লাইফৰ সৈতে অংশীদাৰিত্ব সাৰথি ফাইনেন্সৰ

এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ(এমএছএমই)ৰ বিত্তীয় সুৰক্ষা বৃদ্ধিৰ বাবে সাৰাথি ফাইনেন্স এণ্ড ক্ৰেডিট প্ৰাইভেট লিমিটেডৰ সৈতে কৌশলগত কৰ্পৰেট এজেণ্ট অংশীদাৰিত্বত স্বাক্ষৰ কৰিছে। নতুন যুগৰ…

এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা আই পি এল মেচৰ সময়ত খালী হৈ থাকিব ১১খন আসন

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা আই পি এল মেচৰ সময়ত ১১খন আসন সদায় খালী হৈ থাকিব। ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত এখন স্মৃতি ফলক স্থাপন কৰা হ’ব, আৰু দুয়োটা দলৰ সৈতে জড়িত প্ৰতিখন…

মেচৰ দিনা অনুশীলন কৰিব নোৱাৰিব আইপিএলৰ দলে

বিচিচিআইয়ে আইপিএল ২০২৬ৰ বাবে নতুন গাইডলাইন জাৰি কৰিছে।এই গাইডলাইনৰ অধীনত কোনো দলক মেচৰ দিনটোত অনুশীলন কৰিবলৈ দিয়া হোৱা নাই। লগতে খেলৰ দিনত খেলুৱৈৰ কোনো ধৰণৰ ফিটনেছ টেষ্ট নাথাকিব। জাৰ্চিৰ নম্বৰ…

নিৰ্বাচনী আয়োগৰ পত্ৰত বিজেপিৰ মোহৰ! কেৰালাত তীব্ৰ বিতৰ্কৰ মাজতে নিলম্বিত হ’ল সহকাৰী শাখা বিষয়া

কেৰালাৰ বিধানসভা নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নিৰ্বাচনী আয়োগৰ এক পত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চীল থকাক কেন্দ্ৰ কৰি সোমবাৰে আৰম্ভ হয় এক প্ৰচণ্ড ৰাজনৈতিক বিতৰ্কৰ। ২০১৯ চনৰ নিৰ্বাচনী নিৰ্দেশনা সম্বলিত এখন চৰকাৰী…

২৬ মাৰ্চৰ পিছত অসমত কংগ্ৰেছৰ জোৰদাৰ প্ৰচাৰ; খাৰ্গে আৰু ৰাহুল গান্ধীৰ আগমন

২৬ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে অসমত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতি লাভ কৰাৰ আশা কৰা হৈছে। কংগ্ৰেছৰ নিখিল ভাৰত কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু…