Month: March 2026

হোলীৰ বাবে খাণ্ডচাৰি গুজিয়া

ৰঙৰ উত্সৱ ফাকুৱাৰ এই সময়ছোৱাত অৰ্গেনিক ইণ্ডিয়াৰ চেফ যোগেন্দ্ৰ নেগীয়ে জৈৱিক উপাদান আৰু ক্লাছিক উৎসৱমুখৰ সোৱাদৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰি খান্দচাৰি গুজিয়াৰ পৰম্পৰাগত ৰেচিপি শ্বেয়াৰ কৰিছে। এই ৰন্ধন প্ৰণালীত দুই…

আইটিচি ছানৰাইজৰ ‘উদয়িনী’ৰ উদ্যোগত নাৰী দিৱসত অসমৰ নাৰী ৰূপান্তৰকাৰীসকলক উদযাপন

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সমগ্ৰ অসমৰ নাৰীৰ পৰূপান্তৰকৰ্তাসকলক স্বীকৃতি আৰু সবলীকৰণৰ লক্ষ্যৰে আইটিচি ছানৰাইজ স্পাইচেছে উদয়িনী নামৰ ইতিবাচক পদক্ষেপ হাতত লৈছে । ৰেড এফ এম ৯৩.৫ৰ সহযোগত আয়োজিত এই মঞ্চখনত…

দেশত নাটনি হোৱা নাই পেট্ৰ’ল-ডিজেলৰ; ইন্ধনৰ মজুত পৰ্যাপ্ত থকাৰ কথা স্পষ্ট অইলৰ

দেশত পেট্ৰ’ল আৰু ডিজেলৰ নাটনি হোৱা বুলি ছ’চিয়েল মিডিয়াত চলা চৰ্চাক সম্পূৰ্ণৰূপে নাকচ কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে। দেশত ইন্ধনৰ মজুত পৰ্যাপ্ত পৰিমাণে আছে আৰু যোগান ব্যৱস্থাত কোনো ধৰণৰ ব্যাঘাত…

সাংবাদিক হত্যাৰ গোচৰৰ পৰা দোষমুক্ত স্বয়ম্ভূ ভগৱান গুৰমিত ৰাম ৰহিমঃ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায়

২০০২ চনৰ সাংবাদিক হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ সাত বছৰৰ পাছত আজি ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙক দোষমুক্ত ঘোষণা কৰিছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে। শনিবাৰে মুখ্য…

যুদ্ধৰ উত্তেজনাপূৰ্ণ বাতৰি সম্প্ৰচাৰত লেকাম; দেশৰ সকলো নিউজ চেনেলৰ টিআৰপি ৪ সপ্তাহৰ বাবে বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধক লৈ একাংশ নিউজ চেনেলে চলাই থকা অতিৰঞ্জিত আৰু উত্তেজনাপূৰ্ণ বাতৰি পৰিৱেশনৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে…

মণিপুৰত পৃথক অভিযানত এনআৰএফএম আৰু ইউএনএলএফৰ ৩ সদস্য গ্ৰেপ্তাৰ, উদ্ধাৰ মাৰণাস্ত্ৰ

মণিপুৰত চলি থকা নিৰাপত্তাৰক্ষীৰ বিশেষ অভিযানত পৃথক পৃথক স্থানৰ পৰা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ তিনিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে চলোৱা এই অভিযানত এনআৰএফএম আৰু ইউএনএলএফৰ পামবে গোটৰ সদস্যক…

মন্দিৰ আৰু নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিনিয়োগ কৰিব ৪৩৩ কোটি টকাঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যৰ মন্দিৰ আৰু নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৪৩৩ কোটি টকাৰ বিশাল বিনিয়োগৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। শনিবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।…

ৰন্ধন গেছৰ মূল্যত অস্বাভাৱিক বৃদ্ধি; ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি ৬০ টকা, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ১১৪.৫ টকা

আকাশলংঘী হৈছে ৰন্ধন গেছৰ মূল্য। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘৰুৱা চিলিণ্ডাৰত ৬০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰত ১১৪.৫ টকা বৃদ্ধি কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে। ইয়াৰ ফলত ৰাজধানী দিল্লীত ১৪.২ কেজিৰ এটা…

বিৰোধী শিবিৰত বিভাজনৰ সংকেত? অখিল গগৈৰ পোষ্টক লৈ চৰ্চা

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহৰ মিত্ৰতাৰ কুচকাৱাজৰ মাজতে সৃষ্টি হৈছে এক ৰহস্যময় পৰিস্থিতিৰ। শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ছ’চিয়েল মিডিয়াত ‘সৰ্বশেষ চেষ্টাও ব্যৰ্থ’ বুলি কৰা এটা চুটি পোষ্টে…

আন্তর্জাতিক মহিলা দিৱসত আইটিচি সানৰাইজে ‘উদ্যইনী’ মঞ্চ উন্মোচন কৰি অসমৰ মহিলাৰ পৰিবর্তনশীল অৱদানক সন্মান জনালে

অসমৰ জনসমাজৰ সৈতে গভীৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আইটিচি সানৰাইজ স্পাইচে আন্তর্জাতিক মহিলা দিৱস উপলক্ষে “উদ্যইনী” নামৰ এক মঞ্চ আয়োজন কৰে। এই উদ্যোগটোৰ লক্ষ্য আছিল ৰাজ্যজুৰি সমাজত ইতিবাচক পৰিবর্তন…