Assam ইন্ধনৰ নাটনিক লৈ অপপ্ৰচাৰ চলালে হ’ব জেল; উৰাবাতৰি বিয়পোৱা দুষ্কৃতিকাৰীক অসম আৰক্ষীৰ কঠোৰ সকীয়নী March 12, 2026 Paromita ৰাজ্যত এলপিজি আৰু অন্যান্য পেট্ৰ’লিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। ছচিয়েল মিডিয়াযোগে আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে কোনো দুষ্কৃতিকাৰীয়ে জনসাধাৰণৰ…
Assam নিৰ্বাচনৰ পূৰ্বে চামগুৰিত চাঞ্চল্য; পৰিত্যক্ত স্কুটীৰ পৰা উদ্ধাৰ ২৭ লাখতকৈ অধিক নগদ ধন March 12, 2026 Paromita আগন্তুক নিৰ্বাচনৰ প্রাকক্ষণত নগাঁৱৰ চামগুৰিত এক পৰিত্যক্ত স্কুটীৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা-বৰজুৰী পথৰ কাষত ৰখাই থোৱা এখন…
Assam কাছাৰত অসম ৰাইফলছ আৰু আৰক্ষীৰ বৃহৎ সফলতা; ৩.৫ কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী March 12, 2026 Paromita মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা এক যুটীয়া অভিযানত প্ৰায় ৩.৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰিলে অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীয়ে। কাছাৰ জিলাৰ কালাইনৰ সমীপৰ বুৰুঙা গাঁৱত চলোৱা এই অভিযানত হেৰ’ইনখিনিৰ সৈতে…
Assam ৰাজ্যৰ ৫,৬৯০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ চৰকাৰৰ; মুঠ চৰকাৰী চাকৰিৰ সংখ্যা ১.৬৪ লাখলৈ বৃদ্ধি March 12, 2026 Paromita ৰাজ্যৰ শিক্ষা আৰু শক্তি বিভাগত নতুনকৈ নিৰ্বাচিত ৫,৬৯০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি নিযুক্তিৰ এক বৃহৎ লক্ষ্যত উপনীত হ’ল অসম চৰকাৰ। খানাপাৰাত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
Business ফিউচাৰৰেডী: ২০৩০ চনৰ ভিতৰত ইউৰোপৰ শীৰ্ষ গাড়ী নিৰ্মাতা হোৱাৰ বাবে ৰেনল্টৰ অভিলাষী পৰিকল্পনা March 12, 2026 Business Bureau ৰেন’ল্ট গ্ৰুপে ঘোষণা কৰিছে “ফিউচাৰৰেডী” শীৰ্ষক এক নতুন বিশ্বজনীন কৌশলগত পৰিকল্পনা, যাৰ ফলত প্ৰতিষ্ঠানটোৱে ক্ৰমান্বয়ে প্ৰতিযোগিতামূলক অটোমোটিভ উদ্যোগত প্ৰসংগীয় ইউৰোপীয় বাহন নিৰ্মাতা হিচাপে নিজৰ স্থান শক্তিশালী কৰাৰ লক্ষ্য লৈছে। ২০২১…
Assam কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী-অসম ৰাইফলছৰ ৯৩,১৩৯টা পদ খালী March 12, 2026 Sonakshi Sarkar কেন্দ্ৰীয় চৰকাৰে বুধবাৰে সংসদত অৱগত কৰে যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছৰ মুঠ ৯৩,১৩৯টা পদ খালী হৈ আছে। এই তথ্য গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে লিখিত উত্তৰত দিছে।…
Sports ২৮ মাৰ্চত বেংগালুৰুত আৰ চি বি-ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উদ্বোধনী মেচ March 12, 2026 Sonakshi Sarkar আই পি এল ২০২৬ৰ প্ৰথম ২০খন খেলৰ সূচী বুধবাৰে প্ৰকাশ কৰে। অহা ২৮ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত…
Business মালাবাৰ গ্ৰুপৰ অধ্যক্ষ এম পি আহম্মদক ২০২৬ বৰ্ষৰ লোকমত মহাৰাষ্ট্ৰীয়ান অৱ দ্য য়েৰ বঁটা প্ৰদান অনুষ্ঠানত ব্যৱসায়িক ভূষণ সন্মানেৰে সন্মানিত কৰা হয় March 12, 2026 Business Bureau বিশ্বব্যাপী গহণাৰ খুচুৰা উদ্যোগক ৰূপান্তৰিত কৰি সমাজলৈ অৰিহণা যোগোৱাত নেতৃত্ব প্ৰদানৰ বাবে মালাবাৰ গ্ৰুপৰ অধ্যক্ষ এম পি আহম্মদক ২০২৬ বৰ্ষৰ লোকমত মহাৰাষ্ট্ৰীয়ান অৱ দ্য য়েৰ বঁটা প্ৰদান অনুষ্ঠানত ব্যৱসায়িক ভূষণ…
Assam ইৰাণৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাৰ যুদ্ধৰ ১২ দিন; দুই পক্ষৰ সংঘাতত থকা-সৰকা মধ্যপ্ৰাচ্য March 11, 2026 Paromita ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ বিধ্বংসী যুদ্ধই আজি দ্বাদশ দিনত ভৰি দিলে। মধ্যপ্ৰাচ্যৰ আকাশ কঁপাই ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰখাৰ বিপৰীতে উপসাগৰীয় দেশসমূহত থকা আমেৰিকাৰ সামৰিক…
Assam বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী-শ্বাহৰ অসম ভ্ৰমণ; কোকৰাঝাৰত ৰে’লৱে কোচ ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে March 11, 2026 Paromita অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে পুনৰ ৰাজ্য ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া কাৰ্যসূচীৰে ১৩ মাৰ্চত মোদীয়ে কোকৰাঝাৰত উপস্থিত হৈ বি টি চি চুক্তি…