Business ২০% বৃদ্ধিৰে ব্যক্তিগত জীৱন বীমা উদ্যোগক আউটপেচ কৰিছে এক্সিছ মেক্স লাইফে February 17, 2026 Business Bureau মেক্স ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডে ২০২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহৰ বাবে শক্তিশালী বিত্তীয় প্ৰদৰ্শনৰ প্ৰতিবেদন দাখিল কৰিছে, বিনিয়োগৰ আয় বাদ দি একত্ৰিত ৰাজহ বছৰৰি ১৮% বৃদ্ধিৰে ২৪,৬২৫ কোটি টকা হৈছে।…
Business হিমন্ত বিশ্ব শৰ্মাৰ মতে, গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত তদন্তৰ দায়িত্ব কেন্দ্ৰলৈ হস্তান্তৰ কৰা হৈছে February 17, 2026 Sonakshi Sarkar কংগ্ৰেছ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা পাকিস্তান সংযোগৰ অভিযোগৰ তদন্তৰ দায়িত্ব এতিয়া কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে অসম চৰকাৰে। মঙলবাৰে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত উপস্থিত থাকি…
Business ৰীল বনোৱাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা, স্ক’ৰপিঅ’ৰ খুন্দাত যুৱকৰ মৃত্যু February 17, 2026 Sonakshi Sarkar সামাজিক মাধ্যমত ৰীল ভিডিঅ’ বনোৱাৰ চখে ৰাজধানী দিল্লীত সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা। ৰীল ভিডিঅ’ৰ বাবে তীব্ৰবেগে বিলাসী বাহন চলাই মটৰ চাইকেল আৰোহীক মহতিয়াই নিলে এজন ১৭ বছৰীয়া কিশোৰে। যাৰ…
Business দক্ষিণ শালমাৰাত আৰক্ষী আৰু BSFৰ সফল অভিযানঃ ১১ হাজাৰ ইয়াবা টেবলেট জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ February 17, 2026 Sonakshi Sarkar আন্তঃৰাজ্যিক সীমান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে সোমবাৰে নিশা জব্দ কৰে ১১ হাজাৰ নিষিদ্ধ ইয়াবা টেবলেট। দক্ষিণ শালমাৰা জিলা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে এক যুটীয়া অভিযান চলাই এই বৃহৎ…
Business নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত নিৰ্বাচন আয়োগৰ তৎপৰতা, গুৱাহাটীত তিনিদিনীয়া পৰিদৰ্শন February 17, 2026 Sonakshi Sarkar অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় নিৰ্বাচন আয়োগৰ এক উচ্চস্তৰীয় পূৰ্ণাংগ দল। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অহা এই দলটোৱে তিনিদিনীয়া ভ্ৰমণসূচীৰ ভিতৰত…
Business কংগ্ৰেছ এৰি ৰাইজৰ দলত যোগদান বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ, ৰাজনীতিত আলোড়ন February 17, 2026 Sonakshi Sarkar বিধানসভা নিৰ্বাচনৰ মুখত অসম কংগ্ৰেছত পুনৰ সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ। গোৱালপাৰা পশ্চিম সমষ্টিৰ তিনিবাৰৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে সোমবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত মণ্ডলে…
Business আজিৰে পৰা নতুন শাসনকালঃ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে February 17, 2026 Sonakshi Sarkar বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি আজি প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে। ২০২৪ চনত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছত এয়া দেশখনৰ ক্ষমতা হস্তান্তৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ…
Assam এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ February 16, 2026 Paromita চেক বাউন্সৰ গোচৰত অভিনেতা ৰাজপাল যাদৱলৈ সকাহ অহাৰ বিপৰীতে এক পুৰণি গোচৰত এতিয়া বিপাঙত পৰিছে বলীউডৰ অভিনেত্ৰী আমিষা পেটেল। সোমবাৰে মোৰাদাবাদৰ এচিজেএম-৫ আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এক জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি…
Assam দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন; অসম বিজেপিত ব্যাপক তৎপৰতা February 16, 2026 Paromita আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অহা ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। কেন্দ্ৰীয় নেতাগৰাকীয়ে ডিব্ৰুগড়ত এক বিশাল বুথ সন্মিলনত অংশ লোৱাৰ লগতে উজনি অসমৰ…
Assam অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল February 16, 2026 Paromita পৰীক্ষাৰ ফলাফল ঘোষণাৰ নামত ল’ৰা ধেমালি অসম লোকসেৱা আয়োগৰ। আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ (চিচিই) ফলাফল এক জাননীৰ জৰিয়তে হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লয় আয়োগে। এটা গুৰুতৰ…