Assam ব্ৰহ্মপুত্ৰত বিসৰ্জন জুবিনৰ চিতাভষ্ম October 29, 2025 Mohini মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবি।’ জুবিন গাৰ্গৰ এই কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ল জুবিনৰ চিতাভস্ম। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে জুবিনৰ চিতাভষ্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় । ব্ৰহ্মপুত্ৰত…
Business গ্লোবেল পপ সংগীতৰ জ্বৰত আক্ৰান্ত শ্বিলং-মহম্বি লাইভ! October 29, 2025 Business Bureau মেঘালয়ৰ পাহাৰবোৰত ছন্দ, শক্তি আৰু সাংস্কৃতিক সম্প্ৰীতিৰ এটা মায়াময় নিশালৈ উদ্ভৱ হৈছিল যেতিয়া আন্তঃৰাষ্ট্ৰীয় পপ চাঞ্চল্য মহম্বিয়ে ২৫ অক্টোবৰত ম’কাছিয়াঙৰ লাৰিতিত এক শ্বাসৰুদ্ধকাৰী লাইভ কনচাৰ্টৰ জৰিয়তে ভাৰতত আত্মপ্ৰকাশ কৰিছিল, যিয়ে…
Business উত্তৰ-পূব ভাৰতৰ ২১,০০০ৰো অধিক লোকক উপকৃত কৰিবলৈ অপ্ৰভা এনাৰ্জীয়ে আগবঢ়াইছে সৌৰশক্তিচালিত সমাধান October 29, 2025 Business Bureau উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনক বহনক্ষমভাৱে সবলীকৰণৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে ভাৰতৰ আগশাৰীৰ সংহত শক্তি সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান অপ্ৰাভ এনাৰ্জীয়ে চলাৰ ইনষ্টলেচনৰ জৰিয়তে অসম আৰু নাগালেণ্ডৰ সম্প্ৰদায়, স্বাস্থ্য আৰু শৈক্ষিক স্থলসমূহক শক্তি…
Business “মেন’পজ(ৰজোনিবৃত্তি) কেৱল মহিলাই সহ্য কৰিব নোৱাৰে, পৰিয়ালেও বুজিব লাগিব” October 28, 2025 Business Bureau মেন’পজ কোনো ডাঙৰ ঘোষণা কৰি নাহে। ই শান্তভাৱে প্ৰতিফলিত হয় – ৰাতি গৰম অনুভৱ কৰে, কোনো স্পষ্ট কাৰণ নোহোৱাকৈ মেজাজ সলনি হয়, আৰু শক্তিৰ স্তৰ হ্ৰাস পায়। যি কথা বেছিভাগ…
Business পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী October 28, 2025 Dipshikha পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী। ২০২৩ চনত তুৰস্কত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল। লগতে বহু অট্টালিকা ধ্বংস হৈ পৰিছিল।ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১।…
Business কাছাৰ আৰক্ষীৰ অভিযানত জিলাখনত ইজনৰ পাছত সিজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে October 28, 2025 Dipshikha কাছাৰ আৰক্ষীৰ অভিযানত জিলাখনত ইজনৰ পাছত সিজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে । যোৱা কেইবাদিনত জিলাখনত কেইবাজনো ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ কিছুদিন পূৰ্বে এই তথ্য় সদৰী কৰিছিল কাছাৰৰ জ্যেষ্ঠ…
International News পাকিস্তানী সেনাৰ বৃহৎ সফলতা October 28, 2025 Dipshikha পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে পাকিস্তানৰ খাইবাৰ পাখতুনখৱা প্ৰদেশত পাকিস্তানী সেনাৰ বৃহৎ সফলতা । পাকিস্তানৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে আফগানিস্তানৰ পৰা…
Assam জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি October 28, 2025 Dipshikha জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি। সোমবাৰে আটাইকেইজন অভিযুক্তক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হৈছিল আদালতত। আদালতে আটাইকেইজনক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পুনৰ ন্যায়িক জিম্মা…
Business অতিমাত্ৰা বিলাহী খোৱাৰ ফলত হোৱা কিছুমান সমস্যা October 28, 2025 Dipshikha মাংসৰ আঞ্জা বা মাছৰ আঞ্জা, অসমীয়া খাদ্যত প্ৰায়ে বিহালী ব্যৱহাৰ কৰা হয়। বিলাহীয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই স্বাস্থ্যৰ বাবেও উপকাৰী। ইফালে চাটনি বা চালাদত বিলাহী ব্যৱহাৰ কৰা হয়।…
Assam মুক্তিৰথ – মায়াবিনী’ বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভণি October 28, 2025 Mohini হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত গুৱাহাটী পৌৰ নিগমে শুভাৰম্ভ কৰিলে ‘মুক্তিৰথ – মায়াবিনী’ নামেৰে বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভ। এই সেৱা শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ফেডাৰেল বেংকৰ পল্টনবজাৰ…