Month: June 2025

২০২৬ৰ টি-২০ বিশ্বকাপলৈ ১৩টা দলৰ যোগ্যতা অৰ্জন

বৰ্তমান সময়ত ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলা চলি হৈছে যদিও ৮ মাহৰ পাছত টি-২০ বিশ্বকাপ ২০২৬ আৰম্ভ হ’ব। অহা বছৰ ভাৰত আৰু শ্ৰীলংকাই টি-২০ বিশ্বকাপ আয়োজন কৰিব, য’ত মুঠ ২০টা দলে অংশগ্ৰহণ…

কম বয়সীয়া হৃদৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধিৰ মাজতে গুৱাহাটীত সজাগতা সৃষ্টি কৰিছে মেডাণ্টই

ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ উদ্বেগজনক বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ শীৰ্ষস্থানীয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয় মেডাণ্ট- দ্য মেডিচিটীয়ে গুৱাহাটীত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় হৃদৰোগ অভিযান ‘মিছন চেভ হাৰ্ট’। মেডাণ্টৰ ক্লিনিকেল এণ্ড প্ৰিভেণ্টিভ…

ছুপাৰক্ৰছ লীগ ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ ২০২৫ৰ আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ছিজন ২

বিশ্বৰ প্ৰথমখন ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ লীগ ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ ২০২৫ৰ আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ছিজন ২ৰ মেগা নিলামৰ বাবে ৰাইডাৰৰ পঞ্জীয়ন আনুষ্ঠানিকভাৱে সমাপ্ত কৰিছে। এই বছৰ আই…

বাজাজ এলিয়াঞ্জ লাইফ ৱমেন টাৰ্ম চাৰ্ভে

দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে পিক্সিছ গ্ল’বেল আৰু কোৱালছ.এআইৰ সহযোগত শেহতীয়া অধ্যয়ন বাজাজ এলিয়াঞ্জ লাইফ ৱমেন টাৰ্ম চাৰ্ভেৰ অন্তৰ্দৃষ্টিসম্পন্ন তথ্য উন্মোচন কৰিছে। এই সমীক্ষাত…

আজি ৰাভা দিৱস

আজি ২০ জুন। সমগ্ৰ ৰাজ্যই আজি কলাগুৰুক স্মৰণ কৰি পালন কৰিব বিষ্ণু প্ৰসাদ ৰাভা দিৱস। অসমীয়া সমাজ-সংস্কৃতিলৈ ৰাভাৰ অৱদান অতুলনীয়।তেওঁ আছিল একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ,সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক…

ইৰাণ আৰু ইজৰাইলৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ভাৰতৰ অপাৰেচন সিন্ধু অব্যাহত

ইৰাণ আৰু ইজৰাইলৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ভাৰত চৰকাৰে নিজৰ নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে অপাৰেচন সিন্ধু আৰম্ভ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (এমইএ) নিশ্চিত কৰিছে যে ১৭ জুনত উত্তৰ ইৰাণৰ পৰা…

ভাৰতীয় ফুটবল কেলেণ্ডাৰৰ পৰা আঁতৰিল আইএছএল

ভাৰতীয় ফুটবলৰ ২০২৫-২৬ ছিজনৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে প্ৰকাশ কৰা প্ৰতিযোগিতাৰ কেলেণ্ডাৰত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। দেশৰ শীৰ্ষ পুৰুষ ফুটবল লীগ হিচাপে বিবেচিত ইণ্ডিয়ান ছুপাৰ লীগক এইবাৰৰ সূচীৰ পৰা…

মহা কুম্ভ ২০২৫ত নগা সাধুসকলৰ স্বাস্থ্য পদক্ষেপে লাভ কৰিলে বিশ্বব্যাপী স্বীকৃতি

ভাৰতৰ নগা সাধুসকলে ‘নগা চেণ্ট আই টেষ্ট’ নামৰ এক অনন্য মধুমেহ আৰু অন্ধতা সজাগতা অভিযানৰ জৰিয়তে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে, যিয়ে কান লায়ন্স আন্তঃৰাষ্ট্ৰীয় সৃষ্টিশীলতা মহোৎসৱ ২০২৫ত চিলভাৰ লায়ন বঁটা…

আন্তৰ্জাতিক যোগ দিৱস প্ৰ’টিনৰ এক প্ৰাকৃতিক উৎস কেলিফ’ৰ্নিয়া আলমণ্ড

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ওচৰ চাপি অহাৰ লগে লগে শাৰীৰিক সুস্থতাৰ সৈতে পুষ্টিকৰ আহাৰৰ সংমিশ্ৰণৰ ওপৰত চৰ্চা চলিছে। প্ৰটিনৰ প্ৰাকৃতিক উৎস হিচাপে সমাদৃত কেলিফৰ্ণিয়া আলমণ্ডে পেশীৰ আৰোগ্য-সুস্বাস্থ্যক সমৰ্থন আৰু শাৰীৰিক প্ৰদৰ্শন…

মাষ্টাৰকাৰ্ড আৰু EVA লাইভে ভাৰতৰ সৈতে সম্পৰ্ক স্থাপন কৰে: সমগ্ৰ দেশজুৰি অমূল্য মুহূৰ্ত সৃষ্টি কৰিবলৈ ২০টাতকৈ অধিক লাইভ প্ৰদৰ্শন আৰু প্ৰদৰ্শনী

সংগীত কেৱল মনোৰঞ্জনে নহয়, ভাৰতত সংগীত হৈছে জীৱনৰ এক পথ, মাষ্টাৰকাৰ্ডে ইয়াক আৰু অধিক অনন্য ৰূপ দিছে। ভাৰতৰ জীৱন্ত সংগীত আৰু পৰিৱেশ্য কলাৰ দৃশ্যই এক গতিশীল পুনৰুত্থানৰ ৰূপ লাভ কৰাৰ…