Month: May 2024

ছেমছাঙ ‘ছলভ ফৰ টুমৰো’য়ে প্ৰথমবাৰৰ বাবে ডিজাইন চিন্তা আৰু প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ কৰিছে

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে সমগ্ৰ দেশৰ নিৰ্বাচিত বিদ্যালয়সমূহত প্ৰথমবাৰৰ বাবে ডিজাইন চিন্তা আৰু প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ কৰিছে। ছেমছাঙৰ ‘সলভ ফৰ টুমৰো’ কাৰ্যসূচীৰ অংশ এই অনন্য পদক্ষেপটোৱে মানৱ-কেন্দ্ৰিক ডিজাইন…

নিছান মটৰ ইণ্ডিয়াই ইয়াৰ নতুন এছইউভি, নিছান মাগনিটে জিইজেডএ চিভিটি বিশেষ সংস্কৰণ উন্মোচন কৰে

মেগনাইট গেজা স্পেচিয়েল এডিচন ২০২৩ৰ অভূতপূৰ্ব সফলতাৰ ওপৰত ভিত্তি কৰি নিছান মটৰ ইণ্ডিয়াই নিজৰ বিগ, বল্ড আৰু বিউটিফুল এছ ইউভি নিছান মেগনাইট গেজা চিভিটি স্পেচিয়েল এডিচন ৯.৮৪ লাখ টকাৰ প্ৰাৰম্ভিক…

২০০০ চনৰ পৰা উত্তৰ পূবে কিমান হেৰুৱালে বনাঞ্চল: ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ প্ৰশ্ন

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যোৱা দুটা দশকত লাখ লাখ হেক্টৰ বনাঞ্চল তহিলং কৰা সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিবকে ধৰি চৰকাৰী কৰ্তৃপক্ষৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে ভাৰতীয় জৰীপৰ…

বেটাৰী ৰিক্সা পৰিল বাগৰি

নাজিৰাৰ শিমলুগুৰি বাঁহগড়া অঞ্চলৰ অভিযোগ অনুসৰি প্ৰায় ৬ কোটিকৈ টকা আৱণ্টন হোৱাৰ পিছত নিৰ্বাচনৰ আগত কেইদিন মান কাম কৰিয়েই দায়িত্ব সামৰিলে PWD বিভাগে | পথচোৱাৰ এনে অৱস্থাৰ বাবে এতিয়া ৰোগী…

পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬২.২০ শতাংশ ভোটদান

২০ মে’ত অনুষ্ঠিত হোৱা পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুঠ ৬২.২০ শতাংশ ভোটদান পঞ্জীভুক্ত হয়। নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে সংশোধিত পৰিসংখ্যা প্ৰকাশ কৰে। আয়োগৰ মতে, পঞ্চম পৰ্যায়ত পুৰুষতকৈ অধিক মহিলাই ভোটদান…

 আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টি

অসমৰ যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলৰ স্কুলীয়া শিক্ষাৰ্থীসকলৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এলানি শৈক্ষিক অভিযান আৰম্ভ কৰিছে । এই…

কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

৭৬ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে’কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই । এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথমজন অসমীয়া মে’কআপ…

মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ ঘটনা

নিশা মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ ঘটনা। মাজনিশা নিচাসক্ত যুৱকৰ দলে আক্ৰমণ কৰিলে ৰেপিড’ চালকক। আক্ৰমণৰ বলি হোৱা যুৱকজন দ্বীপজ্যোতি ঠাকুৰীয়া। প্ৰথমে ধন দাবী কৰিছিল নিচাসক্ত যুৱককেইজনে। দাবী কৰা ধন নিদিয়াৰ বাবে…

উজনিত ভয়ংকৰ ৰূপ এনকেফেলাইটিচৰ

উজনিত ভয়ংকৰ ৰূপ ধাৰণ এনকেফেলাইটিছৰ। পুনৰ এনকেফেলাইটিছত আক্ৰান্ত ৩ শিশুসহ এজন প্ৰাপ্ত বয়স্ক লোক। মাজুলী, যোৰহাট, গোলাঘাটৰ ৪জন চিকিৎসাধীন এই ৰোগত। JMCHত চিকিৎসাধীন এই ৪গৰাকী আক্ৰান্ত। পূৰ্বে এই ৰোগত আক্ৰান্ত…

কা-অধীনত ভাৰতৰ নাগৰিকত্বৰ বাবে দেশজুৰি ১২,০০০ জন লোকৰ আবেদন

নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত দেশৰ হিন্দু শৰণাৰ্থী পৰিয়ালে নাগৰিকত্ব লাভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শেহতীয়াকৈ কিছু লোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে। সমগ্ৰ দেশতে প্ৰায় ১২,০০০ লোকে নাগৰিকত্বৰ বাবে আবেদন…