হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী। After Dark নামৰ এখন বাৰৰ স্বত্বাধিকাৰী আব্দুল ৰজ্জাক। বাৰখন আৰম্ভৰ সময়ত ভিন্ন ব্যৱসায়ীক অংশীদাৰ বনাই ধন সংগ্ৰহ । সম্প্ৰতি বাৰখন বিক্ৰী কৰাৰ প্ৰস্তুতি চলাইছিল আব্দুলে। তাৰ পাছতে আব্দুলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগত গোচৰ ব্যৱসায়ীসকলৰ। Share this:FacebookX Related Post navigation বাজাজ এলিয়াঞ্জ লাইফে তেওঁলোকৰ অংশগ্ৰহণকাৰী সামগ্ৰীৰ বাবে ইয়াৰ সৰ্বাধিক বোনাচ চিহ্নিত কৰে ২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা