ৰুক্মিণীগাঁৱত হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ।

ব্যস্ত পথটোৰ এটা অংশ ওফন্দি উঠাৰ লগতে মেলিছে ফাট।

ফুলি উঠা পথৰ অংশটোৰ পৰা ওলাই আছে বোকা-পানী।

ঘটনাস্থলী পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *