‘মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’।

এই মন্তব্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ ।

IPLত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দ্বায়িত্ব লোৱাৰ পাছৰে পৰা সমালোচিত হৈ আছে পাণ্ডিয়া।

যাৰ বাবে হাৰ্ডিক পাণ্ডিয়া মানসিক চাপত আছে বুলি উল্লেখ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *