মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ। বন্ধুৱে হত্যা কৰি নদীৰ পাৰত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। লুলু বাবু, চনু নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক। ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে চনুক। Share this:FacebookX Related Post navigation গুৰুত্বপূৰ্ণ কৰ্মশালাৰ বাবে আইএফচি আৰু জলবায়ু বণ্ডৰ পদক্ষেপৰ সৈতে এনএছইৰ দল গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি