মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে।উল্লেখযোগ্য যে মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত চুৰি সোণসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ জানিব পৰা মতে ধৃত যুৱকজন পশ্চিমবংগৰ সাগৰ প্ৰসাদ ৰায়৷ কাপোৰৰ বেগৰ ভিতৰত লৈ আহিছিল সোণৰ দুখনকৈ বিস্কুট৷তাৰ পিছতেই আৰক্ষীয়ে সন্ধান পায় গ্ৰেপ্তাৰ কৰে যুৱকজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *