হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। হাৰিয়ানা চৰকাৰেও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ অধ্যক্ষ দীপ্তী ৰাওক। পোহৰলৈ আহিছে অধ্যক্ষ দীপ্তী ৰাৱৰ ভয়ংকৰ গাফিলতিৰ তথ্য। ৰাইজৰ অভিযোগ অনুসৰি সুৰাসক্ত আছিল বাছৰ চালকগৰাকী। Share this:FacebookX Related Post navigation অনিল কাপুৰ আৰু সোনম কাপুৰ এৰিয়েলৰ হোমটীম ইনিশিয়েটিভৰ সৈতে সংৰেখিত হয় ‘ছলভ ফৰ টুমৰো’ৰ ছিজন ৩ উন্মোচন কৰা হৈছে