নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত। য়াবা টেবলেটসহ ৰাজধানী এক্সপ্ৰেছৰ পৰা আজি দুগৰাকী মহিলাক আটক। জব্দ ২০ হাজাৰ সন্দেহজনক য়াবা টেবলেট। ধৃত মহিলাদ্বয় কোচবিহাৰৰ সুমিত্ৰা বৰ্মন আৰু মামণি ৰায়। Share this:FacebookX Related Post navigation টাটা মটৰ্ছে গুৱাহাটীৰ অত্যাধুনিক স্পেয়াৰ পাৰ্টছ ৱেৰহাউচৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ লজিষ্টিকত বৈপ্লৱিক পৰিৱৰ্তন আনিছে হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ