জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী। ঘোঁৰামাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক। ধৃত সৰবৰাহকাৰীটোৰ নাম অমৰেন্দ্ৰ কলিতা। জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট। বৃহস্পতি বাৰে গ্ৰেপ্তাৰ হৈছিল হিতেশ্বৰ কলিতা আৰু মামণি কলিতা। ধৃত দম্পতিটোৱে দীৰ্ঘদিনে নিচাযুক্ত দ্ৰব্য বেহা চলাই আহিছিল। Share this:FacebookX Related Post navigation ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা ফেণ্টা, বলীউড তাৰকা কাৰ্তিক আৰ্যনৰ সৈতে ফ্নাকিংৰ আনন্দ প্ৰদৰ্শন কৰিবলৈ এক নতুন অভিযান উন্মোচন কৰে