গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি।

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কানিখিনি।

বিহাৰৰ এজন লোকে সৰবৰাহ কৰিছিল প্ৰায় ৪ কেজি কানি।

ধৃত লোকজনৰ নাম মনোহৰ কুমাৰ ৰায়।

GRPৰ অভিযানত কানিসহ বিহাৰৰ লোকজনক আটক।

Leave a Reply

Your email address will not be published. Required fields are marked *