মাত্ৰ ২২ বছৰ বয়সতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হ’ল গোগামুখৰ মেধাবী ছাত্ৰ সত্যজিৎ কামান।গোগামুখৰ কল্যাণপুৰ তাজিক গাঁৱৰ নিবাসী শিক্ষক পিতৃ কমল কামান আৰু ৰশ্মিৰেখা কামানৰ প্ৰথম পুত্ৰ সত্যজিৎ কামানে ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।২২ বছৰ বয়সতে ISRO ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈ আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাক লৈ কৃতিমান ছাত্ৰজনৰ পিতৃ-মাতৃ আৰু সমগ্ৰ গোগামুখবাসী উৎফুল্লিত। Share this:FacebookX Related Post navigation ২৬ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন চকাবন্ধ ঘোষণা মটৰ পৰিবহণ সন্থাৰ জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখনৰ বিতৰ্কক লৈ ক্ষোভ উজাৰিলে পামী বৰঠাকুৰে