Category: World

অসমৰ ‘ছুইজাৰলেণ্ড’ থুৰুক! শীতৰ আমেজ ল’বলৈ আহিব পাৰে এই স্বপ্নিল গাওঁখনলৈ

অসমৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া আৰু বিদেশলৈ যোৱাৰ প্ৰয়োজন নাই। ডিমা হাছাও জিলাৰ পৰ্বতৰ ওপৰত অৱস্থিত থুৰুক নামৰ এখন সৰু গাঁৱে এতিয়া পৰ্যটকক আকৰ্ষিত কৰিছে। জিলা সদৰ হাফলঙৰ পৰা…

প্ৰবল ধুমুহাৰ তাণ্ডৱ: ব্ৰাজিলৰ ‘ষ্টেচ্যু অৱ লিবাৰ্টি’ৰ প্ৰতিকৃতি ভাঙি পৰিল

ভাঙি পৰিল ব্ৰাজিলৰ ৰিঅ’ গ্ৰেণ্ড ড’ চুলৰ মহানগৰ অঞ্চলৰ গুৱাইবা চহৰত থকা ‘ষ্টেচ্যু অফ লিবাৰ্টি’ৰ ২৪ মিটাৰ ওখ প্ৰতিকৃতি। সোমবাৰে প্ৰবল ধুমুহাৰ বাবে এখন মেগাষ্টোৰৰ বাহিৰত এই ঘটনাটো সংঘটিত হয়।…

মেক্সিকোৰ আকাশত মৰ্মান্তিক দুৰ্যোগ! জৰুৰী অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমান, ১০ জনৰ মৃত্যু

আকাশৰ পৰা মাটিলৈ নামি অহাৰ তাড়নাত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্যোগ! সোমবাৰে মেক্সিকোৰ কেন্দ্ৰীয় অংশত এখন সৰু ব্যক্তিগত বিমানে জৰুৰী অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত কমেও…

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান। এতিয়ালৈকে এই অভিযানত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।এই অভিযানত চাৰিজন আৰক্ষী বিষয়া আৰু প্ৰায় ৮০জন লোক…

দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ

ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই…

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল…

বিশ্বৰ আটাইতকৈ শক্তিশালী ছিংগাপুৰৰ পাছপ’ৰ্ট

হেনলি পাছপ’ৰ্ট সূচকাংকত ভাৰতে বৃহৎ সফলতা অৰ্জন কৰিছে। যোৱা ছমাহত ভাৰতে ৮৫ নং স্থানৰ পৰা ৭৭ নম্বৰলৈ উন্নীত হৈছে। এখন দেশৰ পাছপ’ৰ্টধাৰীয়ে ভিছা অবিহনে কিমান দেশত প্ৰৱেশ কৰিব পাৰে তাৰ…

ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ৰাছিয়াক ডাঙৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “যদি ৫০ দিনৰ ভিতৰত ইউক্ৰেইনত যুদ্ধ শেষ কৰাৰ বাবে কোনো চুক্তি নহয়, তেন্তে তেওঁ ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰিব।…

ভাৰত-কানাডাই এখনে আনখন দেশৰ উচ্চায়ুক্তক দেশ ত্যাগ কৰাৰ নিৰ্দেশ

যোৱা বছৰ জুনত কানাডাৰ নাগৰিক তথা খালিস্তানি নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ পিছত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই হত্যাকাণ্ডত ভাৰত জৰিত আছে বুলি অভিযোগ তুলিছিল। ভাৰতে সেই অভিযোগ অস্বীকাৰ কৰিছিল। আৰু…

২০২৫ তহে পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা সুনীতা উইলিয়ামছ-বাচ্চ উইলমোৰৰ

১০০ দিন ধৰি মহাকাশত আৱদ্ধ হৈ থকা ভাৰতীয় বংশোদ্ভূত মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলমোৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (আইএছএছ) পৰা এখন সংবাদমেল সম্বোধন কৰে। ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে…