Category: Sports

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেগা নিলাম সম্পন্ন

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেগা নিলাম সম্পন্ন হৈছে। দুদিনীয়কৈ অনুষ্ঠিত নিলাম সম্পূৰ্ণ হোৱাৰ পিছত কোন দলত কোন কোন দেশী- বিদেশী ক্ৰিকেটাৰ থাকিব সেইটো স্পষ্ট হৈ পৰিছে। সেই অনুসৰি চেন্নাই চুপাৰ কিংছত…

পাৰ্থ টেষ্টত যশপ্ৰীত বুমৰাহৰ ওচৰত ধৰাশায়ী অষ্ট্ৰেলিয়া

পাৰ্থ টেষ্টৰ দ্বিতীয় দিনা দুপৰীয়াৰ ভোজনৰ সময়লৈ অষ্ট্ৰেলিয়া ১০৪ ৰানত অলআউট হয়, যাৰ ফলত ভাৰতে ৪৬ ৰানৰ অগ্ৰগতি লাভ কৰিছে। ভাৰতৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে ১১ তম বাৰৰ বাবে ইনিংছৰ…

আইপিএলৰ মেগা নিলামত ঋষভ পণ্ট আটাইতকৈ ব্যয়বহুল খেলুৱৈ হোৱাৰ সম্ভাৱনা

কাইলৈ পৰা চৌদি আৰৱত আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) দুদিনীয়া মেগা নিলামত উইকেটকিপাৰ বেটছমেন ঋষভ পণ্ট আটাইতকৈ ব্যয়বহুল খেলুৱৈ হোৱাৰ সম্ভাৱনা আছে। এই নিলামত ৫৭৭ জন খেলুৱৈক…

১৪ মাৰ্চৰ পৰা ২৫ মে’লৈ আই পি এল ২০২৫

ঘোষণা হ’ল আই পি এল ২০২৫ৰ দিন। প্ৰতিযোগিতাখন ১৪ মাৰ্চৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ’ব। কেৱল অহা বছৰেই নহয় ২০২৬ আৰু ২০২৭ বৰ্ষৰ তাৰিখো ঘোষণা কৰা হৈছে। ২০২৬ৰ আই পি…

আইপিএলত ২ কোটি টকাৰ শীৰ্ষ আধাৰ মূল্যত থাকিব ৫৭৪ জন খেলুৱৈ

২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলামত ২ কোটি টকাৰ শীৰ্ষ আধাৰ মূল্যৰ ৫৭৪ জন খেলুৱৈৰ ভিতৰত উইকেটকিপাৰ বেটছমেন ঋষভ পণ্ট, শ্ৰেয়াছ আয়াৰ, কে…

ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ক্ৰিকেট খেলাটো বন্ধ কৰিব লাগে: ৰছিদ লতিফ

প্ৰাক্তন উইকেটকিপাৰ বেটছমেন ৰছিদ লতিফে কয় যে যদি তেওঁৰ অধিকাৰ থাকে, তেন্তে তেওঁ পাকিস্তানক কোনো প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নিদিলেহেঁতেন আৰু পৰামৰ্শ দিছে যে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) দুয়োখন দেশক…

এবছৰৰ পিছত পেছাদাৰী মেচ খেলিবলৈ সাজু মহম্মদ ছামী

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ বাবে এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। দলটোৰ দ্ৰুত বলাৰ মহম্মদ ছামী ফিট হৈ উঠিছে আৰু তেওঁ খেলপথাৰলৈ উভতি আহিবলৈ সাজু হৈছে। প্ৰায় এবছৰৰ পিছত, তেওঁক…

চেম্পিয়নছ ট্ৰফীৰ স্থানক লৈ বিচিচিআই- পিচিবিৰ মাজত বিবাদ

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষ মহছিন নকভিয়ে শুকুৰবাৰে স্পষ্টভাৱে এই কথাৰ অস্বীকাৰ কৰি কয় যে তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ (বিচিচিআই) পৰা কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰিছে যে তেওঁলোকৰ ৰাষ্ট্ৰীয় দলে…

নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ডব্লিউটিচি তালিকাৰ শীৰ্ষ স্থান হেৰুৱালে ভাৰতে

নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ ঘৰুৱা শৃংখলাত এক লজ্জাজনক পৰাজয়ৰ পিছত ভাৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউটিচি) তালিকাৰ শীৰ্ষস্থানৰ পৰা দ্বিতীয় স্থানলৈ অৱনমিত হয়। মুম্বাইত খেলা তৃতীয় টেষ্টত নিউজিলেণ্ডে ভাৰতক ২৫ ৰানত…

ইউকেৰ গ্লাছগোত অনুষ্ঠিত হ’ব ২০২৬ৰ কমনৱেলথ গেমছ

২০২৬ চনত ইউকেৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ পৰা বহুতো ক্ৰীড়া আঁতৰোঁৱা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি পৰৱৰ্তী কমনৱেলথ গেমছত অন্তৰ্ভুক্ত নহ’বলগীয়া ক্ৰীড়াসমূহৰ ভিতৰত আছে হকী, স্কোয়াছ, ৰাগবি-৭এছ, ক্ৰিকেট, বীচ ভলীবল,…