Category: Sports

পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত দক্ষিণ আফ্ৰিকাৰ জয়লাভ

ডেভিদ মিলাৰৰ দুৰ্দান্ত বেটিং আৰু জৰ্জ লিণ্ডেৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত দক্ষিণ আফ্ৰিকাই মঙলবাৰে নিশা ডাৰ্বানত প্ৰথমখন টি-২০ প্ৰতিদ্বন্দি পাকিস্তানক ১১ ৰানত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে।…

অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি ডব্লিউটিচিৰ শীৰ্ষস্থানত দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক ১০৯ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) শীৰ্ষস্থান দখল কৰে। আনহাতে এডিলেড টেষ্টত পৰাজয়ৰ পিছত ভাৰত তৃতীয় স্থানলৈ অৱনমিত…

গুৱাহাটী মাষ্টাৰ্ছ চুপাৰৰ ডাবুলছৰ চেম্পিয়ন তানিশা ক্ৰেষ্টো-অশ্বিনী পোনাপ্পা

গুৱাহাটী মাষ্টাৰ্ছ চুপাৰ ১০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ ফাইনেলত চীনৰ লি হুয়াঝৌ আৰু ৱাং জিমেংক পোনপটীয়া খেলত পৰাস্ত কৰি ভাৰতীয় মহিলা দ্বৈত যুটি তানিশা ক্ৰেষ্টো আৰু অশ্বিনী পোনাপ্পাই নিজৰ খিতাপ অক্ষুণ্ণ ৰাখে।…

২০২৪ত ৫০ টা টেষ্ট উইকেট দখল যশপ্ৰীত বুমৰাহৰ

ভাৰতৰ যশপ্ৰীত বুমৰাহে ২০২৪ত ৫০ টা টেষ্ট উইকেট লোৱা প্ৰথম দ্ৰুত বলাৰ হৈ পৰিছে। শুকুৰবাৰে এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা গুলপীয়া বলৰ টেষ্টৰ প্ৰথম দিনা বুমৰাহে অপেনাৰ উছমান খাৱাজাক আউট কৰাৰ…

হাইব্ৰিড মডেলত আয়োজন হ’ব চেম্পিয়নছ ট্ৰফী

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ সময়সূচীক লৈ উৎকণ্ঠা অব্যাহত আছে। ইয়াৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত আয়োজনত সন্মত হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এনে পৰিস্থিতিত,…

৬ ডিচেম্বৰৰ পৰা এডিলেডত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় টেষ্ট

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টেষ্ট কাইলৈ পৰা এডিলেডৰ এডিলেড অভেলত অনুষ্ঠিত হ’ব। এইখন পিংক বল টেষ্ট হ’ব, য’ত অধিনায়ক ৰোহিত শৰ্মা দললৈ উভতি আহিব। পাৰ্থত খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন…

২.৬৩ কোটি টকাত বিক্ৰী ছাৰ ডন ব্ৰেডমেনৰ কেপ

ছাৰ ডন ব্ৰেডমেনৰ আইকনিক ‘বেগী গ্ৰীণ কেপ’ ক্ৰিকেট ইতিহাসৰ বিৰল সামগ্ৰীৰ নিলামত ২.৬৩ কোটি টকাত বিক্ৰী হয়। নিলাম ঘৰ বনহামছে কয় যে ব্ৰেডমেনে ভাৰতৰ ১৯৪৭-৪৮ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত প্ৰায়…

দ্বিতীয় টেষ্টৰ বাবে এডিলেডত উপস্থিত টীম ইণ্ডিয়া

ভাৰতীয় ক্ৰিকেট দলে পাঁচখন খেলৰ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচৰ বাবে কেনবৰাৰ পৰা উৰা মাৰি এডিলেডত উপস্থিত হৈছে। পাৰ্থ টেষ্টত ২৯৫ ৰানত জয়লাভ কৰাৰ পিছত ভাৰতীয় দলটো কেনবৰাত উপস্থিত হয়, য’ত…

টেষ্ট ক্ৰিকেটত ৯০০০ ৰান সম্পূৰ্ণ কেন উইলিয়ামছনৰ

নিউজিলেণ্ড ক্ৰিকেট দলৰ কিংবদন্তি বেটছমেন কেন উইলিয়ামছনে ইতিহাস ৰচনা কৰিছে। তেওঁ কিৱি দলৰ হৈ টেষ্ট ক্ৰিকেটত ৯০০০ ৰান সংগ্ৰহ কৰা প্ৰথম জন খেলুৱৈ হৈ পৰিছে। ৩৪ বছৰীয়া বেটছমেনজনে তেওঁৰ ১০৩…

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত অংশগ্ৰহণ নকৰে মীৰাবাঈ চানুৱে

টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৱে অহা সপ্তাহত বাহৰেইনৰ মানামাত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব নোৱাৰে কিয়নো তেওঁ পুনৰসংস্থাপন অব্যাহত ৰাখিব। ৩০ বছৰীয়া প্ৰাক্তন বিশ্ব চেম্পিয়ন গৰাকীয়ে…