Sports গুজৰাট টাইটানছৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি মেথিউ হেডেন March 10, 2026 Sonakshi Sarkar আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ পূৰ্বে গুজৰাট টাইটানছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ’পেনাৰ মেথিউ হেডেনক বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা মঙলবাৰে ঘোষণা কৰে। দুবাৰৰ এদিনীয়া বিশ্বকাপ বিজয়ী আৰু…
Sports টি-২০ বিশ্বকাপ অন্ত, ২৮ মাৰ্চৰ পৰা আৰম্ভ আই পি এল March 9, 2026 Sonakshi Sarkar অহা ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬।এই কথা ঘোষণা কৰিছে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ড টি-২০ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছে। প্ৰথমে ২৬ মাৰ্চৰ পৰা আৰম্ভ…
Sports ধাৰাবাহিক দ্বিতীয়বাৰলৈ বিশ্ব চেম্পিয়ন ভাৰত, পুনৰ ইতিহাস ৰচনা March 9, 2026 Sonakshi Sarkar ভারতে টি-20 বিশ্বকাপৰ মেগা ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানৰ বৃহৎ ব্যবধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰাৰ লগে লগে দেশজুৰি এক অভূতপূৰ্ব উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। ৰাজপথত…
Sports টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড March 5, 2026 Sonakshi Sarkar ৩৩ বলত ফিন এলেনৰ অভিলেখ অপৰাজিত শতকেৰে নিউজিলেণ্ডে টি-২০ বিশ্বকাপত সৰ্বোত্তম প্ৰদৰ্শনৰে বুধবাৰে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। তিনি সপ্তাহৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই…
Sports অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব নোৱাৰিব সিন্ধুৱে, ডুবাইত আবদ্ধ March 2, 2026 Sonakshi Sarkar ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত উপসাগৰীয় অঞ্চলৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ডুবাইত আবদ্ধ হৈ থকাৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে…
Sports ইতিহাস সৃষ্টিৰে ৰঞ্জী ট্ৰফীৰ চেম্পিয়ন জম্মু-কাশ্মীৰ February 28, 2026 Sonakshi Sarkar ঘৰুৱা ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিছে জম্মু-কাশ্মীৰে। ৰঞ্জী ট্ৰফীৰ ফাইনেলত দলটোৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই কৰ্ণাটক দলটোক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰে। ১৯৫৯-৬০ চনত জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ…
Sports এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁই-নিখাত জৰিনে February 28, 2026 Sonakshi Sarkar অহা ২৮ মাৰ্চৰ পৰা ১১ এপ্ৰিললৈ মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ২০ জনীয়া দলটোক নেতৃত্ব দিব অলিম্পিকৰ পদক বিজয়ী লাভলিনা বৰগোহাঁই আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰিনে। এমাহজোৰা…
Sports কাইলৈ টি-২০ বিশ্বকাপ ছুপাৰ ৮ত শ্ৰীলংকাৰে মুখামুখি পাকিস্তানৰ February 27, 2026 Sonakshi Sarkar পাকিস্তানে কাইলৈ ইয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ছুপাৰ এইটৰ অন্তিমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ জয়ৰে ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিবলৈ অৱতীৰ্ণ হ’ব। আনহাতে, বিশ্বকাপৰ পৰা বাহিৰ হোৱা শ্ৰীলংকাই…
Sports সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ চমকপ্ৰদ সফলতা ; মহিলা দলীয় শাখাত স্বৰ্ণ আৰু পুৰুষ দলীয় শাখাত চতুৰ্থ স্থান February 26, 2026 Sonakshi Sarkar সৰ্বভাৰতীয় অসামৰিক সেৱা (AICS) বেডমিণ্টন প্ৰতিযোগিতা ২০২৫-২৬, গোৱা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত গোৱাৰ মাপুচাৰ পেড্ডেমস্থিত দয়ানন্দ বান্দোডকৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় । অসম সচিবালয়ৰ দলটোৱে পুৰুষ আৰু…
Sports পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমিত ইংলেণ্ড February 25, 2026 Sonakshi Sarkar আইচিচি টি-২০ বিশ্বকাপৰ ৰোমাঞ্চকৰ ছুপাৰ এইট মেচত ইংলেণ্ডে পাকিস্তানক দুটা উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান দখল কৰে। খেলখনত ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকে শতক অৰ্জন কৰে। উৎকৃষ্ট ফৰ্মত থকা চাহিবজাদা…