Sports এদিনীয়া বেটিং ৰেংকিঙৰ দ্বিতীয় স্থানত বিৰাট কোহলী, শীৰ্ষত ৰোহিত December 11, 2025 Sonakshi Sarkar ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শ্ৰেষ্ঠ এদিনীয়া বেটছমেনৰ স্থান পুনৰ দখল কৰাৰ প্ৰচেষ্টাত আগবাঢ়ি গৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি)ৰ শেহতীয়া এদিনীয়া বেটিং ৰেংকিঙত দ্বিতীয় স্থান দখল কৰে। ২০২১…
Sports আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম December 9, 2025 Sonakshi Sarkar অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ’ব। শেহতীয়াকৈ এদিনীয়া…
Sports মেক্সিকো-দক্ষিণ আফ্ৰিকাৰ মাজত ফিফা বিশ্বকাপৰ উদ্বোধনী মেচ December 6, 2025 Sonakshi Sarkar ২০২৬ ৰ ১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ। এইবাৰ ৪৮ টা দলে অংশগ্ৰহণ কৰিছে বিশ্বকাপত। ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত হয় ফিফা বিশ্বকাপৰ ড্ৰ’। এই সময়ছোৱাত ১২টা গ্ৰুপত…
Sports আই পি এলৰ বাবে ১৩৫৫ গৰাকী খেলুৱৈৰ পঞ্জীয়ন December 3, 2025 Sonakshi Sarkar পৰৱৰ্তী আই পি এলৰ বাবে মুঠ ১৩৫৫ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। ২ কোটি বেচ প্ৰাইচ কেটেগৰীত অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণ, ইংলেণ্ডৰ লিয়াম লিভিংষ্টন, ভাৰতৰ ৰবি বিষ্ণোই আৰু ভেংকটেশ আয়াৰ, আৰু শ্ৰীলংকাৰ…
Sports আই পি এলৰ পৰিৱৰ্তে পি এছ এল খেলাৰ সিদ্ধান্ত মঈন আলীয়ে December 3, 2025 Sonakshi Sarkar ফাফ ডু প্লেছিছৰ পিছত ইংলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ মঈন আলীয়ে এতিয়া আই পি এল ২০২৬ৰ পৰা আঁতৰি আহি পি এছ এল খেলাৰ সিদ্ধান্ত লৈছে। চাৰিদিনৰ ভিতৰত এনে পদক্ষেপ লোৱা দ্বিতীয়জন বিদেশী…
Sports দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দল ঘোষণা November 24, 2025 Sonakshi Sarkar দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে দেওবাৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে জ্যেষ্ঠ বেটছমেন কে এল ৰাহুলক। নিয়মীয়া অধিনায়ক শুবমান গিলক ডিঙিত আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ…
Sports ১৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ খেল November 22, 2025 Sonakshi Sarkar অহা বছৰৰ টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ খেলখন অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৫ অক্টোবৰত অনুষ্ঠিত হোৱা মহিলা এদিনীয়া বিশ্বকাপতো ভাৰত-পাকিস্তানৰ খেলখন আয়োজন কৰা হৈছিল। খবৰ…
Sports কাইলৈ পৰা গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট November 21, 2025 Sonakshi Sarkar কাইলৈ গুৱাহাটীৰ বৰ্ষাপৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুখন টেষ্ট শৃংখলাৰ অন্তিমখন খেল। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব মেচখন, পুৱা ৮:৩০ বজাত টছ অনুষ্ঠিত হ’ব। ভাৰতীয় অধিনায়ক…
Sports ২০২৬ৰ ফিফা বিশ্বকাপলৈ যোগ্যতা নেদাৰলেণ্ডৰ November 18, 2025 Sonakshi Sarkar বিশ্বকাপৰ তিনিবাৰৰ ৰানাৰ্ছ আপ নেদাৰলেণ্ডে সোমবাৰে লিথুৱেনিয়াৰ বিৰুদ্ধে ৪-০ গ’লত সহজ জয়লাভ কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপত নিজৰ স্থান নিশ্চিত কৰে। ডাচ দলটোৱে এই জয়েৰে গ্ৰুপ জিৰ শীৰ্ষস্থান দখল কৰে।…
Sports অলিম্পিক গেমছৰ মহিলা শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা November 11, 2025 Sonakshi Sarkar অহা অলিম্পিক গেমছৰ মহিলা শাখাত এক বৃহৎ পৰিৱৰ্তন দেখা যাব পাৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে তৃতীয় লিংগ মহিলাক সকলো খেলৰ পৰা সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে। পেৰিছ ২০২৪…