Category: Sports

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলা দখল নিউজিলেণ্ডৰ

তৃতীয় টেষ্টত নিউজিলেণ্ডে ৱেষ্ট ইণ্ডিজক ৩২৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডে তিনিখন মেচৰ টেষ্ট শৃংখলা ২-০ত জয়লাভ কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) পইণ্ট টেবুলত দ্বিতীয় স্থানলৈ…

২০২৫ চনত ভাৰতীয় এথলেটিকছঃ নীৰজ চোপ্ৰাৰ ৯০ মিটাৰৰ স্থান স্পৰ্শ

ফৰ্মৰ উত্থান-পতনৰ সত্ত্বেও অৱশেষত ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই ৯০ মিটাৰ পৰ্যন্ত জেভেলিন থ্ৰ’ স্পৰ্শ কৰাত সফল হয় যদিও ইয়াৰ মাজতে ২০২৫ চনতো ড’পিঙৰ ঘটনাই ভাৰতীয় এথলেটিকছ সংবাদ মাধ্যমৰ চৰ্চাত…

ফিফা বিশ্বকাপ বিজয়ী দলে লাভ কৰিব ৪৫২ কোটি

ফিফা কাউন্সিলে ২০২৬ চনৰ আমেৰিকা, কানাডা, মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে পুৰস্কাৰৰ ধন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বিজয়ী দলটোৱে লাভ কৰিব ৪৫২ কোটি। ২০২৬ চনৰ বিশ্বকাপত বিজয়ীক প্ৰদান কৰিবলগীয়া…

ঘন কুঁৱলীৰ বাবে একানা ষ্টেডিয়ামত খেল অসম্ভৱ, বাতিল ভাৰত–দক্ষিণ আফ্ৰিকাৰ চতুৰ্থ টি–২০

প্ৰকৃতিৰ হেঙাৰত স্তব্ধ হ’ল ক্ৰিকেটৰ যুঁজ। বুধবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চতুৰ্থখন টি-২০ আন্তৰ্জাতিক মেচ ঘন কুঁৱলী আৰু প্ৰদূষণৰ বাবে বাতিল কৰা হয়। আম্পায়াৰসকলে…

মেৰী কমৰ মানৱীয়তাঃ মণিপুৰৰ আশ্ৰয়হীন লোকক কম্বল বিতৰণ আৰু বিনামূলীয়া বক্সিং প্ৰশিক্ষণৰ ঘোষণা

ৰিঙৰ ভিতৰত প্ৰতিপক্ষক ধৰাশায়ী কৰা মেৰী কমে এইবাৰ দুৰ্দিনত পৰা নিজৰ ৰাজ্যৰ মানুহৰ চকুপানী মচিবলৈ আগবাঢ়ি আহিছে। ১৭ ডিচেম্বৰত কিংবদন্তি ভাৰতীয় বক্সাৰ আৰু অলিম্পিক বিজয়ী এম চি মেৰী কমে মণিপুৰৰ…

ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হব পূৱ মণ্ডল অন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ; গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলৰ ৰাওনা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেডমিণ্টন দলটোৱে ১৭ৰ পৰা ২১ ডিচেম্বৰলৈ ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা (পুৰুষ) ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ৰেলযোগে ৰাওনা হৈছে। ডঃ নিতুল কলিতাৰ…

মিনি নিলামত ছয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৪৫.৭০ কোটি টকাত বিক্ৰী

আবুধাবিত মঙলবাৰে অনুষ্ঠিত হয় আই পি এল ২০২৬ৰ মিনি নিলাম। ৪৮ জন ভাৰতীয় আৰু ২৯ জন বিদেশী খেলুৱৈৰ বাবে মুঠ ২১৫.৪৫ কোটি টকা ব্যয় কৰা হৈছিল। ছয়জন অষ্ট্ৰেলিয়ান খেলুৱৈক ৪৫.৭০…

২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত আই পি এল

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজন ২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত (প্ৰতিযোগিতাখনৰ নিৰ্ধাৰিত সময়) অনুষ্ঠিত হ’ব। কিন্তু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নিজৰ ঘৰুৱা খেলপথাৰ বেংগালুৰুত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল…

কলকাতাত উপস্থিত লিয়নেল মেছি

২০২২ চনৰ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু ৮বাৰৰ বেলন ডি অ’ৰ বিজয়ী অধিনায়ক লিয়নেল মেছিয়ে ভাৰতৰ মাটিত উপস্থিত হৈছে। শনিবাৰে পুৱা কলকাতাত উপস্থিত হয় মেছি। তেওঁ…

৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ব্ৰঞ্জৰ পদক

৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। জুনিয়ৰ দলটোৱে অন্তিম ১১ মিনিটত চাৰিটা গ’ল দি ২০২১ চনৰ চেম্পিয়ন আৰ্জেণ্টিনাক ৪-২ গ’লত পৰাস্ত কৰে।দুবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয়…