Category: Latest

পুনৰ শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনাৰ

পুনৰ শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনাৰ। তথ্য় অনুসৰি, ভাৰতীয় নৌসেনাই লাভ কৰিব কেইবাখনো চাবমেৰিন। যাৰ ফলত পানীৰ তলৰ ক্ষমতা বৃদ্ধি পাব ভাৰতৰ। এই চুক্তিৰ মূল্য প্ৰায় ১ লাখ কোটি…

নাগালেণ্ডৰ ২২ সংখ্যক ৰাজ্যপালৰূপে অজয় ​​কুমাৰ ভল্লাৰ শপত গ্ৰহণ

মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই সোমবাৰে কহিমাৰ ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নাগালেণ্ডৰ ২২ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে ভল্লাক শপত বাক্য পাঠ…

বীনা ইংতিপিৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ, পথ অৱৰোধ

১৪ আগষ্টত ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ সমীপৰ এখন হাবিত মৃত অৱস্থাত উদ্ধাৰ হোৱা ৪৮ বছৰীয়া বীনা ইংতিপিৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক। নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত…

কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে ?

মহ, বহুতৰ বাবে এক আতংকৰ নাম। বিশেষকৈ, বৰষুণৰ দিনকেইটাত মহে সকলোকে যান্ত্ৰণা দিয়ে। মহে কামুৰিলে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। বৰষুণৰ পানী য’তে-ত’তে পানী জমা হোৱাৰ ফলত মহৰ সংখ্যা বৃদ্ধি…

আগষ্টৰ শেষৰ ফালে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন

আগষ্টৰ শেষৰ ফালে দেশবাসীয়ে নতুন উপ-ৰাষ্ট্ৰপতি লাভ কৰিব পাৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা ৭২ ঘন্টাত নিৰ্বাচনৰ সময়সূচী প্ৰকাশ পাব পাৰে। নিৰ্বাচন আয়োগে বুধবাৰে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি জানিবলৈ…

২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা

২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা হ’ব।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুয়োটা সদনত ১৬-১৬ ঘণ্টাকৈ বিতৰ্কৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে। ২১ জুলাইৰ পৰা আৰম্ভ হৈছিল…

শাওন মাহত কিয় বৰ্জন কৰিবলৈ কোৱা হয় গাখীৰ আৰু শাক-পাচলি ?

শাওন মাহ হৈছে সংযমৰ মাহ, এই সময়ছোৱাত বহু ভক্তই পূজা-পাৰ্বন কৰে আৰু কিছুমান খাদ্য পৰিহাৰ কৰে এনে কৰাৰ কাৰণ কি ?স্বাস্থ্য নে ধৰ্ম ? শাওন মাহত কিয় বৰ্জন কৰিবলৈ কোৱা…

পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু ভাৰত

ভাৰত চৰকাৰে সদায় প্ৰতিৰক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব এখন অত্যাধুনিক…

পিতৃৰ হাতত গুলীবিদ্ধ হৈ মৃ*ত্যু টেনিছ খেলুৱৈ ৰাধিকাৰ…ৰীলছ বনোৱাটোৱেই কাল হ’ল !

বহুতে হেনো জীয়েকৰ উপাৰ্জনেৰে খাই থকা বুলি পিতৃক হাঁহিছিল ৷ এফালে কন্যাই বনোৱা ৰীলছ আনফালে টেনিছ একাডেমী, এটাও সহ্য হোৱা নাছিল পিতৃ দীপক যাদৱৰ ৷তাৰকা তাৰকা ৰীলছ বনোৱাটোৱেই কাল হ’ল…

অমৰনাথ যাত্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা!

জম্মু-কাশ্মীৰৰ ৰামবন জিলাৰ অমৰনাথ যাত্ৰা পথত শনিবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ইয়াত পেহেলগাম পথত যোৱা তীৰ্থযাত্ৰীৰ কনভয়ত থকা ৩ খন বাছৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত কমেও ৩৬গৰাকী…