Category: Latest

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ

এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৭১ দুৰ্ঘটনাৰ কাৰণ জানিবলৈ বিমান বিশেষজ্ঞসকলে তদন্ত কৰিব, য’ত অন্তৰ্ভুক্ত আছে ব্লেক বক্সৰ সন্ধান আৰু বিশ্লেষণ। উৰণৰ ৩০ ছেকেণ্ডৰ ভিতৰতে আহমেদাবাদৰ মেঘনী নগৰৰ চিকিৎসা মহাবিদ্যালয়ৰ…

দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৌদি আৰৱ ভ্ৰমণৰ বিষয়ে এক্সত পোষ্ট কৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মই চৌদি আৰৱৰ জেদ্দালৈ গৈ আছো।…

মেৰী কম আৰু স্বামী অনলোৰৰ সম্পৰ্কত ফাট

অলিম্পিক পদক বিজয়ী মেৰী কম বৰ্তমান তেওঁৰ ক্ৰীড়া প্ৰদৰ্শনতকৈ তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ বাবে চৰ্চাত আছে। প্ৰকাশিত বাতৰি অনুসৰি মেৰী আৰু তেওঁৰ স্বামী কাৰুং অনখোলাৰৰ (অনলোৰ) মাজৰ সম্পৰ্কত ফাট মেলিচে আৰু…

ম্যানমাৰ আৰু থাইলেণ্ডত ৭.৭ প্ৰাবল্য ভূমিকম্পত বিস্তৰ ক্ষতি

ম্যানমাৰ আৰু থাইলেণ্ডক শুকুৰবাৰে জোঁকাৰি যায় প্ৰচণ্ড ভূমিকম্পই। এই দুয়োখন দেশৰ অনুভূত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৭। আমেৰিকান ভূতাত্ত্বিক জৰীপ আৰু জাৰ্মানীৰ জিআৰএফজেড চেণ্টাৰ ফৰ জিঅ’চাইন্সে জনাইছে যে ভূমিকম্পৰ কেন্দ্ৰস্থল…

বিশ্বৰ শীৰ্ষ ২০ খন আটাইতকৈ প্ৰদূষিত চহৰৰ ১৩ খন ভাৰতৰ

বিশ্বৰ শীৰ্ষ ২০ খন আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত ১৩ খন ভাৰতত আছে। আনহাতে, বৰ্ণিহাট তালিকাৰ শীৰ্ষত আছে। এই তথ্য মঙলবাৰে প্ৰকাশিত এটা নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে। চুইজাৰলেণ্ডৰ বায়ু গুণমান প্ৰযুক্তি…

ৰাষ্ট্ৰীয় ক্ৰীড়াত তিনিটা নতুন অভিলখ: পদকৰ তালিকাৰ শীৰ্ষত সেনা

ক্ৰীড়া ক্ষেত্ৰত তিনিটা অভিলেখৰ সৈতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টসমূহ বুধবাৰে সমাপ্ত হয়। আনহাতে শক্তিশালী সেনা দলটো ছয়টা সংস্কৰণত পঞ্চমবাৰৰ বাবে পদক তালিকাৰ শীৰ্ষত থকাটো প্ৰায় নিশ্চিত। উত্তৰ প্ৰদেশৰ…

ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ’ব: মুখ্যমন্ত্ৰী

পৰম্পৰা ভংগ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। আনহাতে, ৰাজ্যপালে গুৱাহাটীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা খনিকৰ…

ছিকিম, গোৱাৰ পিছত দিল্লীৰ জনমূৰি আয় সৰ্বাধিক

২০২৩-২৪ বিত্তীয় বৰ্ষত দিল্লীৰ জনমূৰি আয় আছিল ৪,৬১,৯১০ টকা। এই ক্ষেত্ৰত, গোৱা আৰু ছিকিমৰ পিছত দেশৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানী তৃতীয় স্থানত আছে। এই তথ্য শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। তথ্য অনুসৰি,…

৮৫ স্থানলৈ অৱনমিত ভাৰতৰ পাছপোৰ্ট ৰেংকিং সূচক

বিশ্বব্যাপী পাছপোৰ্ট সূচকত ভাৰতৰ ৰেংকিং এই বছৰ পাঁচটা স্থান অৱনমিত হৈ ৮৫ স্থানত উপনীত হৈছে, আনহাতে ছিংগাপুৰ একেৰাহে দ্বিতীয় বছৰৰ বাবে শীৰ্ষস্থানত আছে। তেওঁলোকৰ ৱেবছাইট অনুসৰি, সূচকটোত ১৯৯ খন বিভিন্ন…

১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা ,গুৱাহাটীৰ

সাহিত্য-সংস্কৃতি, ভাষাতত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰায় ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি ঘটাই নিজম পৰিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ৷ অসম…