Category: International

প্ৰধানমন্ত্ৰীৰ ‘হাগপ্ল’মেচী’ক লৈ জয়ৰাম ৰমেশৰ তীব্ৰ কটাক্ষঃ আমেৰিকা-পাকিস্তানৰ মিতিৰালিক লৈ সৰব কংগ্ৰেছ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাকিস্তানৰ প্ৰতি দেখুওৱা শেহতীয়া সমৰ্থনৰ বিষয়টোৱে এতিয়া দেশৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা সংঘাতৰ মাজতে ট্ৰাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু…

ভাৰত–ইজৰাইল সম্পৰ্কত ঐতিহাসিক মুহূৰ্ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কনেছেটৰ বিশেষ সন্মান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান ‘স্পীকাৰ অব দ্য কনেছেট মেডেল’ প্ৰদান কৰা হয়। এই বিশেষ সন্মান মোদীক ইজৰাইল ভ্ৰমণৰ সময়ত সংসদত দিয়া ভাষণৰ পাছত কনেছেটৰ অধ্যক্ষ আমিৰ ওহানাই…

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান। এতিয়ালৈকে এই অভিযানত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।এই অভিযানত চাৰিজন আৰক্ষী বিষয়া আৰু প্ৰায় ৮০জন লোক…

পাকিস্তানী সেনাৰ বৃহৎ সফলতা

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে পাকিস্তানৰ খাইবাৰ পাখতুনখৱা প্ৰদেশত পাকিস্তানী সেনাৰ বৃহৎ সফলতা । পাকিস্তানৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে আফগানিস্তানৰ পৰা…

দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ

ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই…

ভাৰতৰ কঠোৰ সিদ্ধান্ত

ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ প্ৰতি আমেৰিকা আৰু নাটোৰ ক্ষোভৰ ফলত উদ্বেগ বৃদ্ধি পাইছে ভাৰতৰ। শান্তি চুক্তিৰ বাবে ৰাছিয়া সাজু নহ’লে ৰাছিয়াৰ তেল ক্ৰেতাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰ…

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ল’লে আৰু এক বৃহৎ পদক্ষেপ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ল’লে আৰু এক বৃহৎ পদক্ষেপ ৷ এইবাৰ ব্ৰাজিলৰ পৰা আমদানীকৃত সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্প চৰকাৰে ৷ট্ৰাম্পে সাতখন দেশ ক্ৰমে- শ্ৰীলংকা, আলজেৰিয়া, ইৰাক, লিবিয়া,…

অসমত হাতীৰ আক্ৰমণত ৫ বছৰত ৩৮৩ জনৰ মৃত্যু

যোৱা পাঁচ বছৰত হাতী আৰু মানুহৰ মাজত সংঘাতৰ ফলস্বৰূপে, ২,৮৫৩ জন লোকৰ মৃত্যু হয়। ২০২৩ত হাতী আৰু মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ৬২৮ জন লোকৰ মৃত্যু হয়। এই কথা সংসদৰ মজিয়াত…

বৈঠাপুতা সত্ৰ পৰিদৰ্শন জাপানৰ বিশেষজ্ঞৰ

মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজৰিত বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰৰ বৈঠাপুতা সত্ৰখনক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ উপায় উলিওৱাৰ বাবে এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰৰ অনুৰোধ…

চৌদি আৰৱত ভাৰতৰ ৯৮ জনসহ ১৩০০ জন হজ যাত্ৰীৰ মৃত্যু

চৌদি আৰৱত হজ যাত্ৰীসকলৰ মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি, অত্যাধিক গৰমৰ ফলত এই বছৰ ১,৩০১ জন হজ যাত্ৰীৰ মৃত্যু হৈছে। দেওবাৰে চৌদিৰ স্বাস্থ্য মন্ত্ৰী ফাহাদ বিন আব্দুৰ…