Category: Business

য়ামাহাই স্মাৰ্ট কীৰে সজ্জিত এৰোএক্স ১৫৫ সংস্কৰণ এছ প্ৰৱৰ্তন কৰিছে

ইণ্ডিয়া য়ামাহা মটৰ (আইৱাইএম) প্ৰাইভেট লিমিটেডে ‘দ্য কল অৱ দ্য ব্লু’ ব্ৰেণ্ড অভিযানৰ সৈতে সংগতি ৰাখি আজি এৰক্স ১৫৫ সংস্কৰণ মুকলি কৰিছে, যিখন বাহনে প্ৰদৰ্শন, ষ্টাইল আৰু উদ্ভাৱনৰ মনোভাৱ কঢ়িয়াই…

অসমৰ সমাজ ব্যৱস্থালৈ পৰিৱৰ্তন সাধন কৰা মহিলা নেত্ৰীক সবলীকৰণৰ পদক্ষেপ অপ্ৰাভ এনাৰ্জী আৰু চিআইআই ফাউণ্ডেচনৰ

অপ্ৰাভ এনাৰ্জীয়ে ভাৰতৰ এক আগশাৰীৰ অ-লাভজনক সংস্থা চিআইআই ফাউণ্ডেচনৰ সৈতে সহযোগিতা কৰি অসমৰ সমাজ পৰিৱৰ্তনৰ নেতৃত্ব প্ৰদান কৰা ১৫গৰাকী মহিলাক সন্মানিত কৰে। আপ্ৰাভ এনাৰ্জীৰ সহায়ক সংস্থা আপ্ৰাভ স্মাৰ্ট মিটাৰ প্ৰাইভেট…

মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’

‘মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’। এই মন্তব্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ । IPLত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দ্বায়িত্ব লোৱাৰ পাছৰে পৰা সমালোচিত হৈ আছে পাণ্ডিয়া। যাৰ বাবে হাৰ্ডিক পাণ্ডিয়া মানসিক…

গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী

গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী। নিৰুদ্দেশ হৈ থকা কৰ্মচাৰীজন ফখৰুদ্দিন আহমেদ। ১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ওলাই গৈছিল ফখৰুদ্দিন আহমেদ। ঘৰৰ পৰা ওলাই অহাৰ পাছৰ পৰাই সন্ধান নাই কর্মচাৰীজনৰ। ঘটনা…

লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনা

লখিমপুৰৰ পহুমৰা মাজগাঁৱত ভয়াৱহ দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এজন। নিহত বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ লেখাৰু। নিৰ্বাচনৰ দায়িত্ব শেষ কৰি ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনা।

নগাঁৱৰ ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড

নগাঁৱৰ ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড। বৈদ্যুতিক চৰ্তচার্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰ পাত হোৱাৰ সন্দেহ। হঠাৎ কুলা ধোঁৱাই চানি ধৰে সমগ্ৰ ৰূপহীহাট বজাৰ। মধ্য অসমৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ স্বৰূপ ৰূপহীহাট…

টিকেএমে নতুন ইনোভা হাইক্ৰছ পেট্ৰ’ল জিএক্স (অ’) গ্ৰেড প্ৰৱৰ্তন কৰিছে

টয়োটা কিৰ্লস্কাৰ মটৰে (টিকেএম) ইনোভা হাইক্ৰছ দ্য জিএক্স (অ’) বাহনৰ পেট্ৰ’ল ভেৰিয়েণ্টত নতুন গ্ৰেড প্ৰৱৰ্তন কৰিছে, যিয়ে গ্ৰাহক-প্ৰথম সংস্কৃতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিছে। ইনোভা…

আজি দেউৰীসকলৰ ব’হাগ বিহু

আজি ভূমিপুত্ৰ দেউৰীসকলৰ ব’হাগ বিহু। ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে বিহুৰ উৰুকা। দেওশালত পূজা-অৰ্চনা কৰি বোকা বিহু উদযাপন। বোকা বিহু মাৰি আনন্দত মতলীয়া দেউৰী ডেকা-গাভৰু।

নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত উত্তপ্ত পৰিস্থিতি

নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি। প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ নিৰ্বাচনত ব্যৱহৃত বাহনৰ চালক-হেণ্ডিমেনৰ । ভোটকেন্দ্ৰলৈ প’লিং-প্ৰিজাইডিং বিষয়াৰ যাতায়াতৰ বাবে ভাড়াত লৈছিল বাহন। ধনশিৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰিবহণ কোষে…

ফ্লিপকাৰ্টে গুৱাহাটীত গ্ৰাহকসকলৰ বাবে ইয়াৰ ভিআইপি চাবস্ক্ৰিপশ্বন কাৰ্যসূচী উন্মোচন কৰে

ফ্লিপকাৰ্টে গুৱাহাটীত নিজৰ বহু প্ৰত্যাশিত ভিআইপি চাবস্ক্ৰিপচন প্ৰগ্ৰেম আৰম্ভ কৰিছে, যাৰ জৰিয়তে বুদ্ধিদীপ্ত অনলাইন ক্ৰেতাসকলৰ বাবে বিশেষভাৱে সাজু কৰা একচেটিয়া সুবিধা আগবঢ়াইছে। বেংগালুৰু, দিল্লী-এনচিআৰ, কলকাতা আৰু মুম্বাইৰ দৰে মহানগৰসমূহত লাভ…