Category: Business

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে ৰাঁচীত কেইবাটাও দক্ষতা বিকাশৰ পদক্ষেপ আৰম্ভ কৰিছে

দেশৰ সামূহিক বিকাশ আৰু উদ্যোগীসকলক উৎসাহিত কৰাৰ এক পদক্ষেপ হিচাপে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ ৰাঁচীত দক্ষতা বিকাশ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে। দক্ষতা বিকাশ আৰু…

মহিন্দ্ৰাই ট্ৰাক চালকৰ কন্যা সন্তানৰ বাবে বৃত্তি আঁচনি ঘোষণা কৰিছে

মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ ডিভিজন(এমটিবিডি)-এ ২০২৫ বিত্তীয় বৰ্ষত ট্ৰাক চালকসকলৰ ১০০০গৰাকী মেধাৱী কন্যাক ১০,০০০ টকাকৈ বৃত্তি প্ৰদান কৰি বাৰ্ষিক সাৰথি অভিযানৰ ইতিবাচক পদক্ষেপসমূহ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। ২০১৪ চনত…

প্ৰাকৃতিকভাৱে পিচিঅ’এছ পৰিচালনা কৰা: গুৱাহাটীত সুস্থতা আৰু বজাৰৰ পৰিৱৰ্তনৰ পৰামৰ্শ

পিচিঅ’এছ সজাগতা মাহ আৰম্ভ হোৱাৰ লগে লগে দেশৰ আগশাৰীৰ পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে প্ৰাকৃতিকভাৱে পলিচিষ্টিক অভেৰি(ডিম্বাশয়) চিণ্ড্ৰম বা চমুকৈ পিচিঅ’এছৰ সমস্যাৰ পৰা আঁতৰি থকা নিয়ন্ত্ৰণত ৰখাৰ বাবে কাৰ্যকৰী…

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী সলনি

আহিন মাহত অস্বাভাৱিক গৰমে দহিছে ৰাজ্যবাসীক, আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান ।আজিৰ পুৱাৰ ৭.৩০ বজাৰ পৰা দুয়োখন জিলাৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে । ৰাজ্যৰ অস্বাভাৱিক গৰমৰ…

জুৰীয়া আৰক্ষীৰ সফল অভিযান

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান। চাৰিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হিৰ’ইন সহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এক গোপন খবৰৰ ভিত্তিত জুৰীয়াৰ উদমাৰি বালুগুটিয়াত চলিছিল আৰক্ষীৰ এই অভিযান…

ভাৰতে ‘অপাৰেচন সদ্ভাৱনা’ আৰম্ভ কৰিছে

ঘূৰ্ণিবতাহ য়াগিৰ দ্বাৰা বিধ্বস্ত দেশসমূহক সহায় কৰাৰ বাবে ভাৰতে আৰম্ভ কৰিছে মানৱদৰদী পদক্ষেপ-‘অপাৰেচন সদ্ভাৱনা’। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ম্যানমাৰ, ভিয়েটনাম আৰু লাওছক সকাহ প্ৰদানৰ বাবে ভাৰতে হাতত…

লিয়’নত ৱৰ্ল্ডস্কিলচ ২০২৪ ত ভাৰতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে

ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগীত ভাৰতে বিভিন্ন দক্ষতা শিতানত প্ৰতিদ্বন্দ্বিতা কৰি ৪টা ব্ৰঞ্জৰ পদক আৰু ১২টা মেডেলিয়ন অৱ এক্সেলেন্স লাভ কৰি নতুন ইতিহাস ৰচিলে। পেটিচেৰী আৰু কনফেকচনেৰী, ইণ্ডাষ্ট্ৰী ৪.০,…

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সালনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সালনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । এইবাৰ ৰঙিয়াৰ জয়ন্তীপুৰত ৰাইজৰ উত্তাল প্ৰতিবাদ । হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাইজৰ । চৰকাৰৰ হঠকাৰী…

নকল টকাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা

ৰূপহীহাটৰ ছাইদৰীয়াত নকল টকাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা। সৰু লৰা ছোৱালীয়ে খাদ্যৰ পেকেটৰ ভিতৰত পোৱা টকাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনা সংঘটিত হয়। আবু বক্কৰ ছিদ্দিক আৰু…

ৰূপালী পৰ্দত চমক দিবলৈ সাজু জুবিন গাৰ্গ অভিনীত ‘চিকাৰ’

বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ‘চিকাৰ’। জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু অভিনয়েৰে ৰ মুকলিৰ বাবে সাজু অসমীয়া চলচ্চিত্ৰ চিকাৰ । লণ্ডনৰ প্ৰয়োজক ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্য , দেবাঙ্কৰ বৰগোহাঁইৰ…