Business ট্ৰুকলাৰে ব্যৱহাৰকাৰীক বৰ্ধিত বিশ্বাস প্ৰদানৰ বাবে আৰম্ভ কৰিছে ইউপিআই-আধাৰিত প্ৰমাণীকৃত বেজ October 15, 2024 Business Bureau ট্ৰুকলাৰে ভাৰতত এণ্ড্ৰইড প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন ইউপিআই-আধাৰিত নেম ভেৰিফিকেচন(নামৰ প্ৰমাণীকৰণ)ৰ সুবিধা মুকলি কৰিছে। এই ভেৰিফাইড বেজে এতিয়া ব্যৱহাৰকাৰীসকলক চৰকাৰ-সমৰ্থিত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) ব্যৱহাৰ কৰি গ্ৰাহকৰ পৰিচয় প্ৰমাণিত…
Business বিশ্বব্যাপী স্বাস্থ্যৰ চাপৰ মাজত গুৱাহাটীত মেনিনজাইটিছ সজাগতা অভিযান বৃদ্ধি পাইছে October 14, 2024 Business Bureau মেনিনজাইটিছ ৰোগ হৈছে এক গুৰুতৰ ভেকছিন প্ৰতিৰোধযোগ্য সংক্ৰমণ, যিয়ে বিশেষকৈ শিশুসকলৰ স্বাস্থ্যজনিত উদ্বেগ বৃদ্ধি কৰে। বিশ্ব মেনিনজাইটিছ দিৱসৰ উদ্দেশ্য হৈছে এই ৰোগ হ্ৰাস কৰিবলৈ সজাগতা বৃদ্ধি কৰা আৰু বিশ্বব্যাপী প্ৰচেষ্টা…
Business ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা October 10, 2024 Dipshikha উৎসৱৰ আনন্দত মতলীয়া ৰাজ্যবাসী। কিন্তু উৎসৱৰ আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্নপ্ৰান্তত পুৱা মুষলধাৰ বৰষুণ হৈছে। বতৰ বিজ্ঞান আগজাননী অনুসৰি ৰাজ্যত ম্লান পৰিব পাৰে পূজাৰ আনন্দ।আজি ৰাজ্যৰ ১৮খনকৈ জিলাত Yellow Alert জাৰি…
Business লখিমপুৰত আৰক্ষীৰ বৃহৎ অভিযান October 10, 2024 Dipshikha লখিমপুৰৰ পথালিপাহাৰৰ কাছমাৰীত ড্ৰাগছ বিৰোধী অভিযান।পথালিপাহাৰ অঞ্চলৰ কাছমাৰিত লাখ লাখ টকা মুল্যৰ সন্দেহযুক্ত হেৰ’ইন।কাছমাৰি গাৱৰ বৰ্মন উপাধিৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ড্ৰাগছ বেপাৰীৰ ঘৰত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ।ধৃত ড্ৰাগছ…
Business প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ আগবঢ়াইছে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে October 10, 2024 editor হুণ্ডাই মটৰ গ্ৰুপৰ অন্যতম অংশ হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড(“কোম্পানী”)-এ ২০২৪ৰ ১৫ অক্টোবৰ, মঙলবাৰে ইকুইটি শ্বেয়াৰৰ প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ(“প্ৰস্তাৱ”)সমূহ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড হৈছে চিৱাই২০২৩ত যাত্ৰীবাহী…
Business এনএছডিচি-এ ২৯,০০০তকৈও অধিক চাকৰি প্ৰাৰ্থীক প্ৰথমবাৰলৈ সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে October 9, 2024 Business Bureau ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি)-এ ২০২১ চনত আৰম্ভ কৰা স্কিল ইম্পেক্ট বণ্ডে দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৮টা খণ্ডৰ নিম্ন আয়ৰ পৰিয়ালৰ ২৯,০০০তকৈও অধিক চাকৰি প্ৰাৰ্থীক প্ৰথমবাৰলৈ সফলতাৰে প্ৰশিক্ষণ…
Business এছবিআই জেনেৰেল ইঞ্চিউৰেন্সে ‘এছবিআইজি হেল্থ চুপাৰ টপ-আপ’ আঁচনি প্ৰৱৰ্তন কৰিছে October 9, 2024 Business Bureau সমগ্ৰ ভাৰতবৰ্ষৰ পৰিয়ালৰ স্বাস্থ্য আৰু সুস্থতাক অগ্ৰাধিকাৰ দিয়া পদক্ষেপৰূপে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে ‘এছবিআইজি হেল্থ ছুপাৰ টপ-আপ’ পলিচী আৰম্ভ কৰিছে। এই অভিনৱ স্বাস্থ্য বীমা সমাধান ক্ৰমান্বয়ে বৃদ্ধি পোৱা চিকিৎসা খৰচৰ মাজত…
Business ভি মুভিজ এণ্ড টিভিয়ে প্ৰিপেইড গ্ৰাহকৰ বাবে ১৭৫ টকাত ‘চুপাৰ পেক’ মুকলি কৰে, অ’টিটি প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰে October 9, 2024 Business Bureau ২০২৪ বৰ্ষৰ আৰম্ভণিতে মাৰ্চ মাহত মুকলি কৰা ভি মুভিজ আৰু টিভিৰ সম্পূৰ্ণ নতুন অৱতাৰ হৈছে সকলো ভিৰ গ্ৰাহকৰ বাবে ৱান ষ্টপ মনোৰঞ্জনৰ গন্তব্যস্থলী। ভি মুভিজ এণ্ড টিভিয়ে নিজৰ ব্যৱহাৰকাৰীসকলক এক…
Business আইচিআইচিআই বেঙ্কে ইউপিআই-ত পূৰ্ব-অনুমোদিত গ্ৰাহকসকলক তাৎক্ষণিক ক্ৰেডিট প্ৰদান কৰিবলৈ ফোনপেৰ সৈতে লগ লাগিছে October 9, 2024 Business Bureau আইচিআইচিআই বেংকে ডিজিটেল পেমেণ্ট কোম্পানীসমূহৰ এপত নিজৰ পূৰ্ব-অনুমোদিত গ্ৰাহকসকলক ইউপিআইত তাৎক্ষণিক ক্ৰেডিট(ধাৰ) আগবঢ়োৱাৰ বাবে ই ফোনপেৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাই আইচিআইচিআই বেংকৰ লাখ লাখ পূৰ্ব-অনুমোদিত গ্ৰাহকক ফোনপে…
Business চেমচাং ইণ্ডিয়াই ‘ছলভ ফৰ টুমৰু ২০২৪’ প্ৰতিযোগিতাৰ বিজয়ী ঘোষণা কৰিছে October 8, 2024 Business Bureau চেমচাং ইণ্ডিয়াই নিজৰ ধ্বজাবাহী ৰাষ্ট্ৰীয় শিক্ষা আৰু উদ্ভাৱন প্ৰতিযোগিতা ‘ছলভ ফৰ টুমৰু ২০২৪’ প্ৰতিযোগিতাত বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। গোলাঘাটৰ দল ইক’ টেক ইন’ভেটৰে খোৱাপানীৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ সমাধান প্ৰদান…