Category: Business

উৎসৱৰ সময়ত ফিট আৰু সুস্থ হৈ থকাৰ বাবে সোহা আলী খানৰ শীৰ্ষ টিপছ

ভাৰতৰ ফেষ্টিভ ছিজন হৈছে জাকজমনকতা, আনন্দ আৰু নিশ্চিতভাৱে অপৰিহাৰ্য মিঠাই আৰু সুস্বাদু খাদ্যৰে ভৰি থকা আনন্দদায়ক বিতৰণ। উৎসৱমুখৰ খাদ্য উপভোগ কৰাটো ভাল হ’লেও, অতিমাত্ৰা খালে আপুনি অলস আৰু অস্বস্তি অনুভৱ…

ভি বিজনেছে এডব্লিউএছ আৰু চি-ডটৰ-ৰ সৈতে IoT উদ্ভাৱন লেব আৰম্ভ কৰিছে

দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভিৰ এণ্টাৰপ্ৰাইজ শাখা ভি বিজনেছে এমাজন ৱেব চাৰ্ভিচেছ (এডব্লিউএছ) আৰু চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ টেলিমেটিক্স (চি-ডট)ৰ সহযোগত ভি বিজনেছ আইঅ’টি ইনভেচন লেব মুকলি কৰিলে, যি ভাৰতৰ…

পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে

পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে। ১৯ বছৰ অনুৰ্ধ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি কেইবাটাও অভিলেখ ভংগ কৰে বৈভৱে। ভাৰতে প্ৰথমখন বহুদিনীয়া মেচত এটা ইনিংছ আৰু ৫৮ ৰাণেৰে জয়লাভ কৰে।এই খেলত…

আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ

আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ। গাজা শান্তি আলোচনাৰ ওপৰত আমেৰিকাক সমৰ্থন নকৰে বুলি কয় পাকিস্তানে। দেশখনৰ এই সিদ্ধান্তৰ পাছতে এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে।বৈদেশিক মন্ত্ৰী ইছহাক দাৰে মঙলবাৰে কয়…

টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন

টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন। ৫ জন আৰক্ষী আৰু এজন স্থানীয় লোকৰ সৈতে ভগামুখৰ দিশৰ পৰা পৰা বনাইৰ অভিমুখে আহি থকা অৱস্থাত মৰিজাজী নদীত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই…

পূজাৰ বতৰত অসমবাসীৰ বাবে সুখবৰ

পূজাৰ বতৰত অসমবাসীৰ বাবে সুখবৰ । অৱশেষত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীৱ-জন্তুৰ বাধাহীন চলাচল সুনিশ্চিত কৰিবলৈ ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড কৰিড’ৰৰ বাবে বিত্তীয় অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ৷…

এইছএমএছআই গুৱাহাটীত দুখন নতুন মটৰ চাইকেল—চিবি১২৫ হৰ্নেট আৰু শ্বাইন ১০০ ডিএক্স মুকলি কৰিছে

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া(এইছএমএছআই)ই উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত পৰ্টফলিঅ’ৰ যথেষ্ট সম্প্ৰসাৰণ ঘটাই গুৱাহাটীত দুখন নতুন মটৰ চাইকেল—চিবি১২৫ হৰ্নেট আৰু শ্বাইন ১০০ ডিএক্স— মুকলি কৰিছে। চিবি১২৫ হৰ্নেট (প্ৰাৰম্ভিক অফাৰ)ৰ ১,১২,০০০ টকা…

খাদ্য সংসাধন আৰু উদ্ভাৱন শক্তিশালী কৰাৰ বাবে এমঅ’এফপিআইৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ গড্ৰেজ এগ্ৰ’ভেটৰ

ভাৰতৰ অন্যতম আগশাৰীৰ কৃষি খাদ্য প্ৰতিষ্ঠান গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ সৈতে অধিক উৎপাদন আৰু আপষ্ট্ৰিম উদ্ভাৱনৰ সুবিধা স্থাপনৰ বাবে এক অ-বাধ্যতামূলক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ আনুমানিক…

প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয়

প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয়। কন্যাসকল ঈশ্বৰৰ বহুমূলীয়া উপহাৰ, জন্মৰ লগে লগে প্ৰতিখন ঘৰতে আনন্দ কঢ়িয়াই আনে। সেয়ে পৰিয়ালত সকলোৰে প্ৰিয় বুলি গণ্য কৰা…

তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হয়

তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰী ষ্টেলিনৰ তথ্য অনুসৰি, এই ঘটনাত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৫১ জন লোকক…