Business নিছান মটৰ ইণ্ডিয়াই শেহতীয়া চি-এছইউভি অল-নিউ নিছান টেকটনৰ প্ৰথম ৰূপটো উন্মোচন কৰিছে October 9, 2025 Business Bureau ২০২৬ত সম্পূৰ্ণৰূপে মুকলিৰ পূৰ্বে নিছান মটৰ ইণ্ডিয়াই শেহতীয়া চি-এছইউভি অল-নিউ নিছান টেকটনৰ প্ৰথম ৰূপটো উন্মোচন কৰিছে। আইকনিক নিছান পেট্ৰ’লৰ ডিজাইনৰ অনুপ্ৰেৰণাৰে টেকটনে শক্তিশালী নিৰ্ভৰযোগ্যতা, প্ৰিমিয়াম কাৰুকাৰ্য্য আৰু উন্নত প্ৰযুক্তিৰ বৈশিষ্ট্যৰে…
Business অভিনৱ মিশ্ৰই দিল্লীৰ ছটৰপুৰ গাৰ্ডেনত নিজৰ বহু প্ৰত্যাশিত কাপোৰৰ সংগ্ৰহ ‘দ্য শ্ৰাইন’ মুকলি কৰিছে October 9, 2025 Business Bureau প্ৰসিদ্ধ ডিজাইনাৰ অভিনৱ মিশ্ৰই দিল্লীৰ ছটৰপুৰ গাৰ্ডেনত এক দৰ্শনীয় অপেন এয়াৰ ৰানৱে প্ৰদৰ্শনীত নিজৰ বহু প্ৰত্যাশিত কাপোৰৰ সংগ্ৰহ ‘দ্য শ্ৰাইন’ মুকলি কৰিছে। এই অনুষ্ঠানটো এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছিল,…
Business গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক October 8, 2025 Dipshikha ৭ দিন জেৰাৰ পাছত আজি SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জানিব পৰা মতে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল…
Business হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা October 8, 2025 Dipshikha হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা। হঠাতে পাহাৰৰ পৰা খহি পৰা ধ্বংসাৱশেষত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় এখন বাছ। দুৰ্ঘটনাত থিতাতে ১৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ…
Business আজি ভাৰতীয় বায়ুসেনা দিৱস October 8, 2025 Dipshikha আজি ভাৰতীয় বায়ুসেনা দিৱস। প্ৰতি বছৰে এই দিৱসটো ৮ অক্টোবৰত পালন কৰা হয়। কিয়নো আজিৰ দিনটোতে দেশৰ অন্যতম সন্মানীয় সশস্ত্ৰ বাহিনী সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯৩২ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয়…
Business ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল October 8, 2025 Dipshikha ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল। ৩ গৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ ন’বেল। ছুছুমু কিটাগাৱা, ৰিছাৰ্ড ৰকছন, উমৰ এম য়াঘিলৈ এই সন্মান।এইবাৰ একেলগে তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এই…
Business মহিন্দ্ৰাই মুকলি কৰিলে নতুন বলেৰ’ ৰেঞ্জৰ সৈতে আকৰ্ষণীয় নতুন ডিজাইন, উন্নীত ইণ্টেৰিঅ’ৰ আৰু অত্যাধুনিক বৈশিষ্ট্য October 7, 2025 Business Bureau মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে সোমবাৰে সমসাময়িক ষ্টাইল, অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আৰামদায়ক বাহন চলোৱাৰ সুবিধাৰ্থে উন্নীতকৃত ভেৰিয়েণ্ট সম্পূৰ্ণ কৰি নতুন বলেৰো ৰেঞ্জ মুকলি কৰিছে। নতুন বলেৰোৰ মূল্য ৭.৯৯ লাখৰ পৰা…
Business কেন্দ্ৰীয় মন্ত্ৰী পবিত্র মাৰ্ঘেৰিটাই মস্কোত উদ্বোধন কৰিলে “ভাৰতৰ শ্ৰেষ্ঠ-ভাৰতীয় পোছাক আৰু বস্ত্ৰ মেলা” October 7, 2025 Business Bureau কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্র মাৰ্ঘেৰিটাই ১ অক্টোবৰত মস্কোত “ভাৰতৰ শ্ৰেষ্ঠ-ভাৰতীয় পোছাক আৰু বস্ত্ৰ মেলা” উদ্বোধন কৰি ভাৰতৰ হস্ততাঁত আৰু বস্ত্ৰ খণ্ডৰ শক্তি আৰু সৃষ্টিশীলতাৰ ওপৰত আলোকপাত কৰে। ১ অক্টোবৰৰ…
Business নতুন নিছান মেগনাইটে বিক্ৰী বৃদ্ধি: নিছানে ছেপ্টেম্বৰ মাহত ১০,৫০০ ইউনিট বিক্ৰী হোৱাৰ বাতৰি প্ৰকাশ কৰিছে October 7, 2025 Business Bureau নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ১০,৫০০খন একত্ৰিত বাহন বিক্ৰী কৰিবলৈ সক্ষম হয়, এই পৰিসংখ্যাই ২০২৪ চনৰ ছেপ্টেম্বৰৰ তুলনাত বছৰি ৯.৩% ব্যৱসায়িক বৃদ্ধিৰ কথা সূচাইছে। বিক্ৰীৰ গতিবেগ…
Business মহিন্দ্ৰা লজিষ্টিকছে ৪ লাখ বৰ্গফুটৰ ৱেৰহাউছ সামৰ্থ্যৰে পূব ভাৰতত বৃদ্ধি কৰিছে নিজৰ উপস্থিতি October 7, 2025 Business Bureau ভাৰতৰ অন্যতম বৃহৎ সংহত লজিষ্টিক সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান মহিন্দ্ৰা লজিষ্টিক লিমিটেডে গুৱাহাটী আৰু আগৰতলাত দুটা অত্যাধুনিক, গ্ৰেড এ ৱেৰহাউছ মুকলি কৰি পূব ভাৰতত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰি অঞ্চলটোত ৪ লাখ…