Category: Business

বংগৰ পৰিস্থিতি সলনিৰ আহ্বানঃ কলকাতাত হিন্দু সমাজ একত্ৰিত হোৱাৰ কথা ক’লে মোহন ভাগৱতে

পশ্চিম বঙ্গৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেক্ষাপটত হিন্দু সমাজৰ একত্ৰীকৰণৰ তাৎপৰ্যৰ বিষয়ে বক্তব্য ৰাখিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। কলকাতাত আৰ এছ এছৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ উল্লেখ…

সাংস্কৃতিক গৌৰৱৰ কেন্দ্ৰবিন্দু বটদ্ৰৱা প্ৰকল্পঃ ২৯ ডিচেম্বৰত অমিত শ্বাহে কৰিব আনুষ্ঠানিক উদ্বোধন

অসমীয়া জাতিৰ আধ্যাত্মিক চেতনা আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱাৰ নৱৰূপ প্ৰদানৰ যি প্ৰয়াস চলি আছিল, সেয়া এতিয়া পূৰ্ণতা পোৱাৰ দিশে অগ্ৰসৰ হৈছে। অহা ২৯ ডিচেম্বৰত ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা…

বুঢ়া লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা অনুষ্ঠান

পুৱাই বুঢ়া লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা অনুষ্ঠান’৷ দেওবাৰে পুৱাই চৰাইদেউ জাহাজত নৌকা বিহাৰ কৰি ৰাজ্যৰ ২৫ শিক্ষাৰ্থীৰে মত-বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আভ্যন্তৰীণ জল পৰিবহণৰ…

উত্তৰ-পূৰ্বাঞ্চলৰ সাৰ উদ্যোগটোলৈ আজি এক ঐতিহাসিক দিন

উত্তৰ-পূৰ্বাঞ্চলৰ সাৰ উদ্যোগটোলৈ আজি এক ঐতিহাসিক দিন ৷ নামৰূপত ১২. ৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷নামৰূপ সাৰ কাৰখানাৰ চৌহদত ইতিমধ্যে আৰম্ভ হৈছে ভূমি পূজন…

বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে

দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰদূষণে ইতিমধ্যে চৰম সীমা অতিক্ৰম কৰিছে । জানিব পৰা মতে, দেওবাৰে দিল্লীৰ বায়ুৰ সূচাংকৰ তীব্ৰ অৱনতি ঘটিছে আৰু উত্তৰ ভাৰতৰ…

ভাৰতত ২০২৬ বৰ্ষত পুনৰুদ্ধাৰৰ পথত নিছান; প্ৰস্তুত কৰা হৈছে ৭খন আসনবিশিষ্ট বি-এমপিভি গ্ৰেভাইট

নিছানৰ সম্পূৰ্ণ নতুন যুগান্তকাৰী ৭খন আসনৰ বি-এমপিভিখনৰ নাম হ’ব গ্ৰেভাইট আৰু ইয়াক ২০২৬ চনৰ আৰম্ভণিতে মুকলি কৰা হ’ব। ভাৰতৰ বাবে ব্ৰেণ্ডটোৰ সতেজ আৰু কৌশলগতভাৱে প্ৰস্তুত কৰা বাহনসূচীৰ অধীনত এইখন প্ৰথমখন…

ৰাজ্যত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নগাঁও জিলাৰ কামপুৰত যোৱা মাজনিশা সংঘটিত ভয়ংকৰ পথ দুঘটনাই ৰাজ্যজুৰি এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত শোকাৱহভাৱে মৃত্যু ঘটে ৭টাকৈ বন্য হস্তীয়ে। আনহাতে গুৰুতৰভাৱে…

বলিউডৰ পৰা আহিছে ভাল খবৰ

সুখ পুনৰ আহিছে কমেডী কুইন ভাৰতী সিং আৰু তেওঁৰ স্বামী লেখক হৰ্ষ লিম্বাচিয়াৰ ঘৰত। দ্বিতীয় সন্তানক আদৰণি জনাইছে দম্পতীয়ে। ভাৰতী আৰু হৰ্ষৰ পৰিয়ালটো আৰু ডাঙৰ হৈ হ’ল, তেওঁলোকৰ ঘৰখন আনন্দৰে…

সম্প্ৰতি হিংসাৰ জুইত জ্বলিছে বাংলাদেশ

সম্প্ৰতি হিংসাৰ জুইত জ্বলিছে বাংলাদেশ। জুলাই বিদ্ৰোহৰ অন্যতম নেতা শ্বৰীফ ওছমান হাদিৰ মৃত্যুৰ পিছত সমগ্ৰ দেশতে অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। সকলোতে উত্থাপন হৈছে শ্লোগান। হাদিৰ মৃত্যুৰ পিছত দেশখন অস্থিৰ হৈ…

অভিনয়ৰ সুযোগ দিয়াৰ নামত যুৱতীক প্ৰৱঞ্চনা! গুৱাহাটীত গ্ৰেপ্তাৰ লম্পট ৰোহিত দাস ওৰফে ইমৰান সৰকাৰ

অভিনয় জগতত প্ৰৱেশ কৰিব বিচৰা উঠি অহা যুৱতীসকলক লক্ষ্য কৰি চলোৱা এক ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল ফাদিল কৰিছে অসম আৰক্ষীয়ে। মৰিগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত গুৱাহাটীৰ পৰা গ্ৰপ্তাৰ কৰা হৈছে ৰোহিত…