Category: Business

ৱালমাৰ্টে মুকলি কৰিলে ভাৰত বৃদ্ধি সন্মিলন ২০২৬ৰ বাবে পঞ্জীয়ন

ৱালমাৰ্টে ভাৰতীয় ব্যৱসায়ীসকলক ঘৰুৱাভাৱে আৰু বিশ্বজুৰি আগুৱাই যাবলৈ সক্ষম কৰাৰ বাবে উৎসৰ্গিত ভাৰত বৃদ্ধি সন্মিলন ২০২৬ৰ বাবে পঞ্জীয়ন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ২০২৬ চনৰ ৭ মে’ত নতুন দিল্লীৰ ভাৰত…

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি উইনভেষ্টাৰ পালছ ২০২৫–২৬ মুকলি কৰে

ভাৰতৰ মহিলাসকলে নিজৰ বিত্তীয় সিদ্ধান্তৰ দায়িত্ব ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে, ৫৬% মহিলাই এতিয়া স্বতন্ত্ৰভাৱে বিনিয়োগসমূহ বাছনি কৰে, যি ২০২২ চনত ৪৪% আছিল, ইউগভৰ সৈতে অংশীদাৰিত্বৰে ডিএছপি মিউচুৱেল ফাণ্ডে প্ৰকাশ…

জনমত সমীক্ষাত মুখ্যমন্ত্ৰীৰ দৌৰত হিমন্ত বিশ্ব শৰ্মা আগত, যুৱ প্ৰজন্মৰ পছন্দ গৌৰৱ গগৈ

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰতি জনসাধাৰণৰ আস্থা অব্যাহত থকাৰ ইংগিত দিছে এক শেহতীয়া জনমত সমীক্ষাই। ‘ভোট ভাইব’ নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা এই জৰীপ অনুসৰি, মুখ্যমন্ত্ৰী হিচাপে…

নিৰ্বাচনী যুঁজত এআইইউডিএফৰ প্ৰথম তালিকা প্ৰকাশ; ৯টা সমষ্টিত প্ৰাৰ্থী ঘোষণা

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে নিখিল ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (এআইইউডিএফ) সোমবাৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, যিয়ে ৯টা বিধানসভা সমষ্টিৰ বাবে মনোনীত প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰিছে। তালিকাত আমিনুল ইছলাম…

. বিতৰ্কিত অধ্যায়ৰ বাবে এনচিইআৰটিৰ ক্ষমা প্ৰাৰ্থনা, পাঠ্যপুথি বাজেয়াপ্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

ন্যায়পালিকাৰ দুৰ্নীতি আৰু প্ৰলম্বিত গোচৰ সন্দৰ্ভত বিতৰ্কিত অধ্যায় অন্তৰ্ভুক্ত কৰাৰ বাবে মঙলবাৰে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে। অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি ‘ভাৰত আৰু ইয়াৰ বাহিৰৰ…

আবকাৰী নীতি কেলেংকাৰি; কেজৰিৱাল-চিছোডিয়াৰ মুক্তিৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনিষ চিছোডিয়া আৰু আন ২১ গৰাকী অভিযুক্তক দোষমুক্ত কৰি বিশেষ আদালতে দিয়া ৰায়ক ‘প্ৰথম দৃষ্টিত ত্ৰুতিপূৰ্ণ’ বুলি অভিহিত কৰিলে দিল্লী উচ্চ…

চিডিএছএল আইপিএফে মুকলি কৰিলে ‘মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ অভিযান

চেণ্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ভাৰত) লিমিটেড(চিডিএছএল)-এ বিনিয়োগকাৰী সুৰক্ষা পুঁজি (আইপিএফ)-এ প্রতিভূতি বজাৰত মহিলাসকলক দায়িত্বশীলভাৱে নিজৰ বিনিয়োগ যাত্ৰা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিবলৈ ‘মিছ আত্মনিৰ্ভৰ বিনিয়োগকাৰী’ শীৰ্ষক এক নতুন ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ…

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ।পুৱাই প্ৰেমিক-প্ৰেমিকাই ল’লে এই চৰম সিদ্ধান্ত।জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুয়োৱে ।এইপর্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীহালৰ পৰিচয় ।কিহৰ বাবে এই ঘটনা সংঘটিত…

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি।এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণু গোপালে জাৰি কৰিছে নিৰ্দেশনা।নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছৰ…

নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া তালিকা প্ৰস্তুতৰ কুছকাৱাজ

নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে। কংগ্ৰেছে প্ৰথমখন ৪২জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত ৰাইজৰ দলেও ১১টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল।…