Assam কুম্ভ মেলাৰ পিছত দেশৰ প্ৰতিটো কোণতে আধ্যাত্মিক চেতনাৰ উদ্ভৱ হৈছে: নৰেন্দ্ৰ মোদী March 19, 2025 Sonakshi Sarkar কেন্দ্ৰীয় বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কুম্ভ মেলা সন্দৰ্ভত সংসদত ভাষণ আবঢ়ায়। তেওঁ কয় যে কুম্ভ মেলাৰ পৰা বহুতো অমৃত উলিওৱা হৈছে। একতাৰ অমৃত হৈছে…
Assam হোলোঙাপাৰ গিবন অভয়াৰণ্যত “বান্দৰ নিৰীক্ষণ”ৰ জৰিয়তে বান্দৰ সম্পৰ্কীয় সজাগতা সৃষ্টি March 18, 2025 Sonakshi Sarkar বিচিত্ৰ কপিকুলৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে বন বিভাগৰ যোৰহাট বন সংমণ্ডলৰ সহযোগত যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত “বান্দৰ নিৰীক্ষণ” (প্ৰাইমেট ৱাট্ছ)শীৰ্ষক এক…
Assam ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰে এয়াৰটেল- জিঅ’ৰ চুক্তিক লৈ প্ৰশ্ন কংগ্ৰেছৰ March 13, 2025 Sonakshi Sarkar কংগ্ৰেছে ইলন মাস্কৰ উপগ্ৰহ ইণ্টাৰনেট প্ৰদানকাৰী ষ্টাৰলিংকৰ সৈতে দুটা ভাৰতীয় কোম্পানীৰ চুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “মাত্ৰ বাৰ ঘণ্টাৰ ভিতৰতে এয়াৰটেল…
Assam ৪ বছৰত বিজ্ঞাপনৰ নামত ৩৭০ কোটি টকা ব্যয় ৰাজ্য চৰকাৰৰ March 13, 2025 Sonakshi Sarkar ৰাজ্য চৰকাৰে ৪টা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নামত ব্যয় কৰে ৩৭০ কোটিৰো অধিক টকা। বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায়। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে…
Assam পাণ্ডু সদিলাপুৰৰ শ্রী শ্রী মহাৰুদ্র যজ্ঞৰ সামৰণি ; দুখন গ্রন্থ উন্মোচন March 12, 2025 Sonakshi Sarkar গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰস্থিত বাবা শিৱ মন্দিৰ প্ৰাংগণত ৭,৮ আৰু ৯ মাৰ্চত তিনিদিনীয়াকৈ শ্রী শ্রী মহাৰুদ্র যজ্ঞ অনুষ্ঠিত হয়। ৯ মাৰ্চত সামৰণিৰ দিনা যজ্ঞৰ পূর্ণাহুতি প্রদানৰ পিছতে বিয়লি…
Assam গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৩২,৫০০ টকাৰ জৰিমণা সংগ্ৰহ March 8, 2025 Sonakshi Sarkar গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি একমাত্ৰ মুনাফা লাভৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাত অস্বাস্থ্যকৰ পৰিবেশত গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ…
Assam জৈৱ বৈচিত্ৰ্য, পৰিৱেশতন্ত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি March 8, 2025 Sonakshi Sarkar জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশতন্ত্ৰ সংৰক্ষণ, স্থানীয় লোকৰ সৱলীকৰণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰুপে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকক ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউ এন…
Assam মানৱ-হাতী সংঘাত প্ৰভাৱিত গাঁৱৰ দুই শতাধিক লোকক প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰশিক্ষণ March 1, 2025 Sonakshi Sarkar উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এলানি কৰ্মশালাত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ আৰু অসমৰ যোৰহাট জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত পাঁচখন গাঁৱৰ…
Assam এডভাণ্টেজ আছাম ২.০ৰ অন্তিম দিনা ১০,৭৮৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত স্বাক্ষৰ February 27, 2025 Sonakshi Sarkar দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০’ সম্পন্ন হৈছে। সম্পন্ন হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ৰ শেষৰ দিনটোত বিভিন্ন খণ্ডৰ কোম্পানীৰ সৈতে…
Assam এডভান্টেজ আছাম ২.০ত অংশ লবলৈ অহা অতিথিৰ ভ্ৰমণ কাজিৰঙা February 24, 2025 Sonakshi Sarkar ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়কৈ গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ আছাম ২.০। এই বৃহৎ বিনিয়োগ মেলাত অংশ ল’বলৈ ইতিমধ্যে বহু অতিথি গুৱাহাটীত আহি উপস্থিত হৈছে। দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ…