Assam পেহেলগাম আক্ৰমণৰ সৈতে জড়িত ৩ সন্ত্ৰাসবাদীক হত্যা: অমিত শ্বাহ July 29, 2025 Sonakshi Sarkar লোকসভাত পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ দ্বিতীয় দিনা গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ বক্তব্য দাঙি ধৰে। আলোচনাৰ একেবাৰে আৰম্ভণিতে গৃহমন্ত্ৰী অমিত শ্বাহে সদনত ঘোষণা কৰে যে পেহেলগাম আক্ৰমণৰ লগত…
Assam গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ July 29, 2025 Sonakshi Sarkar মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কিন্তু মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ লোকসভা সমষ্টিৰ…
Assam ভাৰতবৰ্ষৰ আগশাৰীৰ স্নায়ুৰোগ বিশেষজ্ঞৰ উপস্থিতিৰে জিএনআৰচিত নিউৰ’ ইমিউন’ল’জী বিষয়ত চিএমই সম্পন্ন July 28, 2025 Sonakshi Sarkar উত্তৰ-পূৰ্বাঞ্চলৰ স্নায়ুৰোগৰ চিকিৎসা আৰু গৱেষণাৰ ক্ষেত্ৰত অগ্রণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালত শনিবাৰে এখন অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ (চিএমই) আয়োজন কৰা হয়। হাস্পতালখনৰ দিছপুৰ চৌহদত ‘আপডেট অন নিউব’ ইমিউন ‘লজী’ বিষয়ত…
Assam এবছৰত ২.০৬ লাখে এৰিলে ভাৰতৰ নাগৰিকত্ব July 26, 2025 Sonakshi Sarkar ২০২৪ চনত ২.০৬ লাখতকৈ অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত এই কথা প্ৰকাশ কৰে। বিদেশ মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৰাজ্যসভাত কয় যে ২০২৩ চনত ২.১৬ লাখ…
Assam মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহলৈ বৃদ্ধি July 25, 2025 Sonakshi Sarkar মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আদেশ ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হব। এই সন্দৰ্ভত ৰাজ্যসভাৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে।…
Assam বিধাসভাই গৃহীত বিধেয়কৰ সময়সীমাকলৈ কেন্দ্ৰ-ৰাজ্যৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে July 22, 2025 Sonakshi Sarkar বিধাসভাই গৃহীত বিধেয়কসমূহৰ ওপৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লোৱাৰ সময়সীমা নিৰ্ধাৰণ কৰিব পাৰি নে নাই সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্সৰ ওপৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ পৰা উত্তৰ বিচাৰিছে। মুখ্য ন্যায়াধীশ বি…
Assam ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত July 21, 2025 Piyali Poddar ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত। শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চাহ ৰপ্তানি ২.৮৫% বৃদ্ধি পাইছে। দেশৰ পৰা চাহ ৰপ্তানি ২৫০.৭৩ মিলিয়ন ।শেহতীয়া চাহ ব’ৰ্ডৰ তথ্য…
Assam অসমৰ বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ মমতা বেনাৰ্জীৰ July 21, 2025 Sonakshi Sarkar পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ বিজেপি চৰকাৰে ৰাজ্যখনত বসবাস কৰা বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। শনিবাৰে তেওঁ কয় যে অসমৰ যিসকল লোকে সকলো ভাষা-ধৰ্মৰ সৈতে শান্তিৰে জীয়াই থাকিব…
Assam পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ আয় ২০২২-২৩ চনত ২২৩% বৃদ্ধি July 19, 2025 Sonakshi Sarkar দেশত নামমাত্ৰ ভোট লাভ কৰা পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ আয় ২০২২-২৩ চনত ২২৩% বৃদ্ধি পাইছে। এই তথ্য পোহৰলৈ আহিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি দেশত ২৭৬৪ টা স্বীকৃতি…
Assam বছৰি বিশ্বৰ ১৬ কোটি লোক জৰুৰী অস্ত্ৰোপচাৰৰ পৰা বঞ্চিত July 18, 2025 Sonakshi Sarkar এক নতুন বিশ্বব্যাপী অধ্যয়নত প্ৰকাশ পাইছে যে জৰুৰী অস্ত্ৰোপচাৰ এতিয়াও বিশ্বৰ এক বৃহৎ জনসংখ্যাৰ হাতৰ মুঠিৰ বাহিৰত। বিশেষকৈ দৰিদ্ৰ আৰু মধ্যম আয়ৰ দেশৰ লোকৰ বাবে এয়া এক কঠোৰ বাস্তৱ। প্ৰতিবেদনত…